বৰপেটা, 15 এপ্ৰিল : আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু ৷ উদুলি-মুদুলি ৰাজ্যৰ পৰিৱেশ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাকৈ আনন্দ ফূৰ্তিৰ মাজেৰে বিহু উদযাপন কৰিলে হাউলীবাসীয়ে ৷ সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পহিলা ব'হাগ উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় বিহুৰ ৷ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় বিহু হুচৰিৰ ৷ উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে হাউলীৰ সু-সন্তান তথা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ।
ৰঙালীৰ আনন্দত বিভোৰ হাউলীবাসী
সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পহিলা ব'হাগ উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে উদযাপন বিহু ৷ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় বিহু হুচৰিৰ ৷ উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে হাউলীৰ সু-সন্তান তথা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ।