বৰপেটা ৫ নৱেম্বৰ: বৰপেটাৰ হাউলীৰ কুজাৰপীঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ টেংকাৰ আৰু যাত্ৰীবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷ দূৰ্ঘটনাটোত ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ৷ সংকটজনক অৱস্থাত মহিদুল ইছলাম আৰু মেহেৰ আলীক বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ ৷ আনকেইজন আহতক ভৰ্তি কৰা হৈছে বৰপেটা হাউলী হাস্পাতালত ৷ যাত্ৰীবাহী মেজিকখনৰ ভুলৰ বাবেই দুৰ্ঘটনাতো সংঘটিত হোৱাৰ অভিযোগ উপস্থিত লোকৰ ৷ স্থানীয় লোকৰ মতে, মেজিকখনে ভুল পথেৰে অহাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাঃ আহত 5 - Barpeta Hawuli Road accident news
বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰতৰ ভাৱে আহত 5 যাত্ৰী ৷ তাৰে দুজন যাত্ৰী সংকটজনক অৱস্থাত
বৰপেটা ৫ নৱেম্বৰ: বৰপেটাৰ হাউলীৰ কুজাৰপীঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ টেংকাৰ আৰু যাত্ৰীবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷ দূৰ্ঘটনাটোত ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ৷ সংকটজনক অৱস্থাত মহিদুল ইছলাম আৰু মেহেৰ আলীক বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ ৷ আনকেইজন আহতক ভৰ্তি কৰা হৈছে বৰপেটা হাউলী হাস্পাতালত ৷ যাত্ৰীবাহী মেজিকখনৰ ভুলৰ বাবেই দুৰ্ঘটনাতো সংঘটিত হোৱাৰ অভিযোগ উপস্থিত লোকৰ ৷ স্থানীয় লোকৰ মতে, মেজিকখনে ভুল পথেৰে অহাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
বৰপেটা ৫ নৱেম্বৰ: বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা ৷
হাউলীৰ কুজাৰপীঠৰ ওচৰত দূৰ্ঘটনা ৷
টেংকাৰ আৰু যাত্ৰীবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷
Body:দূৰ্ঘটনাটোত ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত ৷
দুজনৰ অৱস্থা সংকটজনক ৷
মহিদুল ইছলাম আৰু মেহেৰ আলীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ ৷
আনকেইজন আহতক ভৰ্তি কৰা হৈছে হাউলী হস্পিটালত ৷
যাত্ৰীবাহী মেজিকখনৰ ভুলৰ বাবেই দূৰ্ঘটনাতো সংঘটিত হোৱাৰ অভিযোগ ৷
মেজিকখনে ভুল পথেৰে অহাৰ বাবেই সংঘটিত হয় দূৰ্ঘটনাতো ৷ Conclusion:--- বাপকন দাস, বৰপেটা