ETV Bharat / state

‘কা’ৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ - Barpeta AASU CAA protest

বৰপেটাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী ৷ ৰাজ্যত পুনৰ ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰাৰ সমান্তৰালকৈ আইনী যুঁজ চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ।

as_bar_aasu_protest_vis_as10038
‘কা’ৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ
author img

By

Published : Dec 12, 2020, 7:56 PM IST

বৰপেটা,12 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বৰপেটা জিলা ছাত্ৰ সন্থা ৷ শনিবাৰে বৰপেটা পাঁচ আলি চ'কত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰপেটা জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে গণ হুংকাৰ কার্যসূচী । ৰাজ্যত পুনৰ ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰাৰ সমান্তৰালকৈ আইনী যুঁজ চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ।

‘কা’ৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ

এই প্ৰতিবাদী কাৰ্যসূচীত ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ উপৰিও ডবা-শংখ বজাই আৰু চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক-বিটিচি নিৰ্বাচনৰ চাৰি খন জিলাৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.