বজালী, 5 অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজাৰ আনন্দৰ মাজতে বজালীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিগৰাকী ৷ বজালীৰ ৰাজাঘাটত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলাসহ কিশোৰী আৰু এটি শিশু ৷ ৰাস্তা পাৰ হ’বলৈ লওঁতেই পৰিয়ালটোক এ.এছ 01 ই 4124 নম্বৰৰ গাড়ীখনে মহতিয়াই লৈ যায় ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় পৰিয়ালটো ৷ বুবু গগৈ নামৰ গাড়ীখনৰ চালকজনক ভৱানীপুৰ আৰক্ষীয়ে আটক কৰাৰ লগতে ইতিমধ্যয়ে গোচৰ ৰুজু কৰিছে ৷ ঘটনাটোত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
শোকাৱহ পথ দুৰ্ঘটনাত নিহত মাতৃ পুত্ৰ কন্যা - বজালীৰ ৰাজাঘাটত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত
শাৰদীয় দূৰ্গা পূজাৰ আনন্দৰ মাজতে বজালীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিগৰাকী ৷ বজালীৰ ৰাজাঘাটত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলাসহ কিশোৰী আৰু এটি শিশু ৷
বজালী, 5 অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজাৰ আনন্দৰ মাজতে বজালীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিগৰাকী ৷ বজালীৰ ৰাজাঘাটত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলাসহ কিশোৰী আৰু এটি শিশু ৷ ৰাস্তা পাৰ হ’বলৈ লওঁতেই পৰিয়ালটোক এ.এছ 01 ই 4124 নম্বৰৰ গাড়ীখনে মহতিয়াই লৈ যায় ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় পৰিয়ালটো ৷ বুবু গগৈ নামৰ গাড়ীখনৰ চালকজনক ভৱানীপুৰ আৰক্ষীয়ে আটক কৰাৰ লগতে ইতিমধ্যয়ে গোচৰ ৰুজু কৰিছে ৷ ঘটনাটোত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
*শাৰদীয় দূৰ্গা পূজাৰ আনন্দৰ মাজতে বজালীত শোকাৱহ ঘটনা*Body:
বজালী, ৫ অক্টোবৰ: বজালীৰ ৰাজাঘাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
*ৰাষ্ট্ৰীয় ঘাইপথ খোজকাঢ়ি অতিক্ৰম কৰি থাকোতেই এই এছ ০১ ই এই ৪১২৪ নম্বৰৰ ডাচতান গো গাড়ীয়ে মহতিয়ালে এগৰাকী মহিলা, এগৰাকী কিশোৰীসহ এটি শিশুক
*থিতাতে নিহত এগৰাকী মহিলা, এগৰাকী কিশোৰীসহ এটি শিশু
*বিলাছিপাৰাৰ পৰা নিজ পিতৃ গৃহ লৈ আহিছিল মহিলা এগৰাকী
*নিহত মহিলাগৰাকীৰ নাম মনোৱাৰা পাৰবিন, কিশোৰী গৰাকী জেছমীনা পাৰবিন, আৰু শিশুগৰাকী মাছুমা পাৰবিন
*বঙাইগাঁওৰ পৰা জাগিৰোডলৈ গৈ আছিল গাড়ী খন
*গাড়ীচালকজনক ইতিমধ্যে ভৱানীপুৰ আৰক্ষীয়ে আটক কৰিছে । গাড়ীচালকজনৰ নাম বুবু গগৈ ।Conclusion:ভিডিঅ'-৩
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।