ETV Bharat / state

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা - বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ মালবাহী বলেৰ' পিকআপ ভান, ই-ৰিস্কা আৰু ট্ৰাক মাজত সংঘটিত সংঘৰ্ষ ৷ আহতসকলক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ ৷ দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি যানজঁটৰ সৃষ্টি ৷

accident occurs in NH-31, howley
author img

By

Published : Sep 9, 2019, 5:40 PM IST

Updated : Sep 9, 2019, 5:52 PM IST

বৰপেটা, 9 চেপ্তেম্বৰ: বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ মালবাহী বলেৰ' পিকআপ ভান, ই-ৰিস্কা আৰু ট্ৰাকৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা ৷ বৰপেটা ৰোডৰ পৰা তামুলপুৰ অভিমুখী AS 28C 7959 নম্বৰৰ এখন বলেৰ' পিকআপ বাহনে প্ৰথমে ই-ৰিক্সাত খুন্দিয়াই আৰু ইয়াৰ পাচতে নিয়ন্ত্ৰণ হেৰুৱাই পুনৰ ডিভাইডাৰ পাৰ হৈ ভূটানৰ পৰা আহি থকা BP 2 A 8378 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰেগৈ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়, ই-ৰিক্সাখনৰ চালক ৰবেন নাথ লগতে, ৰফিজা বেগম আৰু হাছিনা খাতুন নামৰ ই-ৰিক্সাৰ দুগৰাকী যাত্ৰী ৷ সৰভোগ বায়নপাৰাৰ ৰবেন নাথ আৰু আশাকৰ্মী ৰফিজা বেগম আৰু হাছিনা খাতুনক হাউলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা

Intro:
বৰপেটা ৯ ছেপ্টেম্বৰ: বৰপেটাৰ হাউলীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা ৷

মালবাহী বলেৰ' পিকআপ ভান, ই-ৰিস্কা আৰু ভূটানৰ ট্ৰাক দূৰ্ঘটনাগ্ৰস্থ ৷

মালবাহী বলেৰ' পিকআপ ভানে খুন্দিয়ালে ই-ৰিক্সাৰ লগতে ভূটান অভিনুখী এখন ট্ৰাকক ৷

হাউলী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হস্পিটালৰ সমীপতে সংঘটিত হয় দূৰ্ঘটনাটো ৷

Body:দূৰ্ঘটনাটোত তিনিজন ই-ৰিস্কা আৰোহী গুৰুতৰভাৱে আহত ৷

আহতসকলক হাউলী হস্পিটালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে ৷

আহত সকলৰ ভিতৰত আছে ই ৰিস্কা চালক সৰভোগ বায়নপাৰাৰ ৰবেন নাথ আৰু য্ত্ৰী দুগৰাকী ৰফিজা বেগম আৰু হাছিনা খাতুন ৷

দুয়োৰে ঘৰ হাউলী চহৰৰ ৪ নং ৱাৰ্ডত ৷ দুয়োগৰাকী আশাকৰ্মী ৷

AS 28C 7959 নম্বৰৰ বলেৰ' পিক আপখনে প্ৰথমতে ই ৰিস্কাখনক খুন্দা মাৰে ৷

তাৰপিচতে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ গৈ আনটো পথেৰে গৈ থকা ভূটানৰ BP 2 A 8378 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰে ৷

তীব্ৰবেগী বলেৰ' পিকআপ ভানখন লগে লগে পথৰ ওপৰত বাগৰি পৰে ৷

বলেৰ' পিকআপ ভানখনে বৰপেটা ৰোডৰ পৰা তামুলপুৰৰ ওচৰলৈ পাচলি কঢ়িয়াই লৈ গৈ আছিল ৷

অবশ্যে বলেৰ'পিকআপ ভানখনৰ চালকজন পলাই সাৰে ৷

দূৰ্ঘটনাটোৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি যান জটৰ সৃষ্টি হয় ৷

অবশ্যে হাউলী আৰক্ষী ঘটনাস্থলীকচত উপস্থিত হৈ পথ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ Conclusion:--- বাপকন দাস, বৰপেটা
Last Updated : Sep 9, 2019, 5:52 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.