ETV Bharat / state

আন ৰাজনৈতিক দলৰ কাৰ্যালয়ত পতাকা উৰুৱাটো কাপুৰুষৰ কামঃ আব্দুল খালেক আহমেদ

author img

By

Published : May 27, 2019, 5:11 PM IST

বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত নিজ মাতৃকলৈ শুনানিলৈ আহি সাংবাদিকৰ সন্মুখত এই মন্তব্য বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ

সাংসদ আব্দুল খালেক

বৰপেটা ৰ'ড,২৭ মে': ৰাজীৱ ভৱনত বিজেপিৰ পতাকা উৰুৱা ঘটনাক লৈ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া ।

  • এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আন এটা ৰাজনৈতিক দলে পতাকা উৰুৱাটো কাপুৰুষৰ কামঃ আব্দুল খালেক আহমেদ
  • ৰাতিৰ অন্ধকাৰতেই হওঁক বা দিনৰ পোহৰতেই হওঁক এনে নিকৃষ্ট কাণ্ডক তীব্ৰ নিন্দা কৰে নৱ নিৰ্বাচিত সাংসদজনে।
  • যেতিয়া দুৰ্বল লোকসকল আৰু সংখ্যালঘু লোকসকল নিৰাপদ হয় তেতিয়াহে গণতন্ত্ৰ সুৰক্ষিত হয়ঃআব্দুল খালেক আহমেদ
  • শাসকীয় দল জিকিছে ভাল কথা কিন্তু গণতন্ত্ৰক সন্মান কৰিবলৈ শিকিব লাগেঃ আব্দুল খালেক আহমেদ ৷

Intro:এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আন এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত পতাকা উৰুৱাটো কাপুৰুষৰ কাম ৷ এই মন্তব্য বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ ৷ বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত নিজ মাতৃকলৈ হিয়েৰিঙত আহি সাংবাদিকৰ আজত এই মন্তব্য কৰে ৷ ৰাতিৰ অন্ধকাৰতেই হওক বা দিনৰ পোহৰতেই হওক এনে নিকৃষ্ট কাণ্ডক বৰপেটাৰ সাংসদ আব্দুল খালেকে তীব্ৰ নিন্দা কৰি কয় যেতিয়া দুৰ্বল লোকসকল আৰু সংখ্যালঘু লোকসকল নিৰাপদ হয় তেতিয়াহে গনতন্ত্ৰ সুৰক্ষিত হয় ৷ শাসকীয় দল জিকিছে ভাল কথা গনতন্ত্ৰক সন্মান কৰা শিকিব লাগে বুলি মন্তব্য কৰি তেও কয় ৷
Body:এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আন এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত পতাকা উৰুৱাটো কাপুৰুষৰ কাম ৷ এই মন্তব্য বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ ৷ বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত নিজ মাতৃকলৈ হিয়েৰিঙত আহি সাংবাদিকৰ আজত এই মন্তব্য কৰে ৷ ৰাতিৰ অন্ধকাৰতেই হওক বা দিনৰ পোহৰতেই হওক এনে নিকৃষ্ট কাণ্ডক বৰপেটাৰ সাংসদ আব্দুল খালেকে তীব্ৰ নিন্দা কৰি কয় যেতিয়া দুৰ্বল লোকসকল আৰু সংখ্যালঘু লোকসকল নিৰাপদ হয় তেতিয়াহে গনতন্ত্ৰ সুৰক্ষিত হয় ৷ শাসকীয় দল জিকিছে ভাল কথা গনতন্ত্ৰক সন্মান কৰা শিকিব লাগে বুলি মন্তব্য কৰি তেও কয় ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.