ETV Bharat / state

গোৰেশ্বৰত ৩৫ ফুট উচ্চতাৰ শ্বহীদ বেদী উন্মোচন

author img

By

Published : Nov 10, 2020, 12:26 PM IST

অসমৰ আটাইতকৈ বৃহৎ শ্বহীদ বেদীটো উন্মোচন কৰিলে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই | গোৰেশ্বৰৰ উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰি উলিয়াইছে এই বৃহৎ শ্বহীদ বেদীটো ৷

as_bak_01_aasu_conferenc_vis_7203823
৩৫ ফুট উচ্চতাৰ শ্বহীদবেদী উন্মোচন কৰিলে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই

বাক্সা,10 নৱেম্বৰ: বাক্সা জিলাৰ গোৰেশ্বৰৰ উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰি উলিয়াইছে অসমৰ আটাইতকৈ বৃহৎ শ্বহীদ বেদীটো ৷ স্থানীয় ৰাইজৰ সহযোগত উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰি উলিওৱা এই শ্বহীদবেদীটোৰ উচ্চতা হ'ল ৩৫ ফুট ৷ নৱনিৰ্মিত ৩৫ ফুট উচ্চতাৰ শ্বহীদবেদীটো উন্মোচন কৰিলে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই ৷

উল্লেখ্য যে,বাক্সা জিলাৰ গোৰেশ্বৰত আছুৰ উদ্যোগত অনুষ্ঠিত আন্দোলন সমূহত নিজৰ জীৱন উৎসৰ্গিত কৰা শ্বহীদ সকলৰ পৱিত্ৰ স্মৃতিত উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মান কৰি উলিয়াইছে অসমৰ ভিতৰতে সৰ্ববৃহৎ শ্বহীদ বেদীটো ।

লগতে পঢ়ক: পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLCৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.