ETV Bharat / state

বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ আমছুৰ ৰেজাউল কৰিম সৰকাৰৰ - বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বান সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অভিযোগ উত্থাপন কৰিছে । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি প্ৰচাৰ মাধ্যমতহে বান পৰিস্থিতিৰ বুজ লোৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰে সৰকাৰে ।

বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ

author img

By

Published : Jul 30, 2020, 7:05 PM IST

জনীয়া, 30 জুলাই : জনীয়া সমষ্টিৰ বিভিন্ন এলেকাত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । ঈদ পালনৰ ক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোকক চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি মানি চলিবলৈ আহ্বান জনাইছে আমছুই ।

বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ

বান সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অভিযোগ উত্থাপন কৰিছে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি প্ৰচাৰ মাধ্যমতহে বান পৰিস্থিতিৰ বুজ লোৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰে সৰকাৰে ।

বানত মৃত্যু হোৱা ব্যক্তিৰ আত্মীয়ক ক্ষতিপূৰণ দিয়াৰ দাবী আমছুৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ ওচৰত আঠু লোৱাৰ বাবেই অসমৰ বান সমস্যাই কেন্দ্ৰৰ ওচৰত গুৰুত্ব নোপোৱাৰ অভিযোগ আমছুৰ সভাপতিগৰাকীৰ ।

ৰাজ্যৰ আৰ্থিক দিশ টনকিয়াল কৰি অহা খেতিয়কৰ বানত ধ্বংস হোৱা খেতিৰ ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ খেতি কৰাৰ বাবে পৰ্যাপ্ত সুবিধা কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় । বানত উটি যোৱা হাঁহ-কুকুৰা মৃত্যু হোৱা পশুধনৰ লগতে ঘৰ ভাঙি যোৱা লোকৰ ক্ষতিপূৰণৰ দাবী জনায় আমছুৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়কঃ মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.