ETV Bharat / state

এটি ছয় বছৰীয়া ফুলকুমলীয়া শিশুক প্ৰয়োজন আপোনাৰ সহায়ৰ

বিগত ছয় বছৰে ইউৰ'লোজীৰ এক ৰোগত আক্ৰান্ত হৈ আছে নতুন বৰলাৰ এটি ছয় বছৰীয়া ফুলকুমলীয়া শিশু ৷ প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰ পাচত চেন্নাইৰ এপ'ল হাস্পতাললৈ নিয়া হৈছিল যদিও টকাৰ অভাৱত থমকি ৰ'ব লগা হয় শিশুটিৰ চিকিৎসা ৷ শিশুটিৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পিতৃ-মাতৃহালে সহায় বিচাৰিছে স্বাস্থ্য মন্ত্ৰী তথা ৰাজ্যবাসীৰ ৷

author img

By

Published : Dec 22, 2020, 12:23 PM IST

A six year old child requires your help
এটি ছয় বছৰীয়া ফুলকুমলীয়া শিশুক প্ৰয়োজন আপোনাৰ সহায়ৰ

পাঠশালা,22 ডিচেম্বৰ: জন্মৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত পাঠশালাৰ সমীপৰ নতুন বৰলাৰ এটি ছয় বছৰীয়া ফুলকুমলীয়া শিশু ৷ বিগত ছয় বছৰে ইউৰ'লোজীৰ এক ৰোগত আক্ৰান্ত শিশুটিক চিকিৎসা কৰি ভাগৰি পৰিছে পিতৃ-মাতৃ ৷ কনমানি শিশুটিৰ চিকিৎসাৰ বাবে প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰ পাচত চেন্নাইৰ এপ'ল হাস্পতাললৈ নিয়া হৈছিল যদিও তিনিবছৰ পূৰ্বেই থমকি ৰ'ব লগা হয় পিতৃ মানৱেন্দ্ৰ দাস ৷ কিয়নো নিজ সন্তানৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন বহু লক্ষাধিক টকাৰ ৷ উপায়ন্তৰ হৈ সাধাৰণ সুলভ মূল্যৰ দোকানেৰে পেটে ভাতে খায় জীৱন নিৰ্বাহ কৰা পৰিয়ালটো উভতি আহে ঘৰলৈ ৷

সম্প্ৰতি শিশুটিৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে মন মেলিছে যদিও ধনৰ অভাৱত থমকি ৰৈছে ৷ বিগত তিনিবছৰে চিকিৎসকৰ ওচৰলৈ নিব নোৱাৰা দুৰ্ভগীয়া পিতৃ-মাতৃহালে সহায় বিচাৰিছে স্বাস্থ্য মন্ত্ৰী তথা ৰাজ্যবাসীৰ ৷ ৰাজ্যৰ জটিল ৰোগত আক্ৰান্ত আন শিশুসকলৰ চিকিৎসাৰ দৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পৰশমনিৰ ক্ষেত্ৰটো একেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চোৱাৰ লগতে পিতৃ মানবেন্দ্ৰ দাসৰ SBIৰ পাঠশালা শাখাত থকা একাউণ্ট নম্বৰ 33428373542 (IFSC Code-SBIN0002099)ত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: বৰপেটাত ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.