ETV Bharat / state

বুধবাৰৰ দিনটোত বৰপেটাত কৰ'ণাত আক্ৰান্ত হ'ল ১৭৮ গৰাকী লোক - Covid Update of Barpeta

বৰপেটা জিলাতো জটিল ৰূপ ধাৰণ কৰিছে কৰ'ণা পৰিস্থিতিয়ে ৷ বুধবাৰৰ দিনটোত বৰপেটা জিলাত পুনৰ 178 গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা মুঠ 1578 গৰাকীলৈ বৃদ্ধি পায় ৷

বুধবাৰৰ দিনটোত বৰপেটাত কৰ'ণাত আক্ৰান্ত হ'ল ১৭৮ গৰাকী লোক

author img

By

Published : May 6, 2021, 6:45 AM IST

বৰপেটা, 6মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়াৱহ হৈ পৰিছে কৰ'ণা পৰিস্থিতি ৷ কৰ’ণাত আক্ৰান্ত হৈ প্ৰতিদিনে হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছে ৷ তাৰ সমান্তৰালকৈ বৰপেটা জিলাতো জটিল ৰূপ ধাৰণ কৰিছে কৰ'ণা পৰিস্থিতিয়ে ৷ বুধবাৰৰ দিনটোত বৰপেটা জিলাত পুনৰ 178 গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা মুঠ 1578 গৰাকীলৈ বৃদ্ধি পালে ৷

বুধবাৰৰ দিনটোত বৰপেটাত কৰ'ণাত আক্ৰান্ত হ'ল ১৭৮ গৰাকী লোক
বুধবাৰৰ দিনটোত বৰপেটাত কৰ'ণাত আক্ৰান্ত হ'ল ১৭৮ গৰাকী লোক

ইপিনে, বুধবাৰৰ দিনটোত জিলাখনত এগৰাকী লোকে প্ৰাণ হেৰুওৱাত মৃতকৰ সংখ্যা হৈছে গৈ 16 গৰাকী ৷ শেহতীয়া তথ্য অনুসৰি 427 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পাচত চিকিৎসাধীন ৰোগীৰ সংখ্যা 1129 গৰাকী বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.