ETV Bharat / state

UPPL জয়ী হ'লে বড়োভূমিত সকলোৱে লাভ কৰিব সম অধিকাৰঃপ্ৰমোদ বড়ো

author img

By

Published : Nov 9, 2020, 4:47 PM IST

সোমবাৰে বাক্সা জিলাৰ শালবাৰীত অনুষ্ঠিত হয় ইউপিপিএল দলৰ এখন নিৰ্বাচনী সভা ৷ সভাত উপস্থিত থাকি ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ইউপিপিএল দল শাসনলৈ আহিলে বিটিএডিত সকলোকে ভূমিৰ অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক, শিক্ষা, সাংস্কৃতিক অধিকাৰ প্ৰদান কৰাৰ লগতে বিটিএডিৰ পৰা কোনো উচ্ছেদ নহয় বুলিও মন্তব্য কৰে ৷

As_baksa_01_Pramod_Boro_vis_10029
UPPL দল শাসনলৈ আহিলে বড়োভূমিত সকলোৱে লাভ কৰিব সম অধিকাৰঃপ্ৰমোদ বড়ো

বৰমা, ৯ নবেম্বৰঃ বড়োভূমিত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ ইখনৰ পাছত আনখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাজনৈতিক দলসমূহে ৰাইজৰ মন জয় কৰিবলৈ উঠিপৰি লাগিছে ৷ সোমবাৰে বাক্সা জিলাৰ শালবাৰীত অনুষ্ঠিত হয় ইউপিপিএল দলৰ এখন নিৰ্বাচনী সভা ৷ সভাত উপস্থিত থাকি ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ইউপিপিএল দল শাসনলৈ আহিলে বিটিএডিত সকলোকে ভূমিৰ অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক, শিক্ষা, সাংস্কৃতিক অধিকাৰ প্ৰদান কৰাৰ লগতে বিটিএডিৰ পৰা কোনো উচ্ছেদ নহয় বুলিও মন্তব্য কৰে ৷

তদুপৰি 17 টা বছৰেই হাগ্ৰামা চৰকাৰে বিটিএডিক ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ নগৰ হিচাপে গঢ় দিব বিচাৰিছিল বুলি কৈ ইউপিপিএল দলে কোনো দিনে হত্যা, হিংসা, ভ্ৰষ্টাচাৰ হ'বলৈ নিদিয়ে বুলি নিজৰ মন্তব্যত উল্লেখ কৰে ৷ আনহাতে, সভাপতিগৰাকীয়ে ইউপিপিএল দলে এইবাৰ ৩০ খন আসন পাই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে ৷

ইপিনে, সোমবাৰে অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দিপক বসুমতাৰীকে ধৰি সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰেঃ বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.