ETV Bharat / state

Bijli Mahotsav in Baksha: বৰমাত জিলা প্ৰশাসনৰ উদ্যোগত বিজুলী মহোৎসৱ - আজাদি কা অমৃত মহোৎসৱ

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পালন কৰা আজাদি কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ভাৰতৰ শক্তি মন্ত্ৰালয়, জিলা প্ৰশাসন আৰু অসম শক্তি বিতৰণ নিগম লিমিটেডৰ উদ্যোগত মঙলবাৰে বাক্সাত 'বিজুলী মহোৎসৱ'ৰ আয়োজন কৰা হয় (Union Ministry of Power organises Bijli Mahotsav) ৷

Union Ministry of Power organises Bijli Mahotsav in Baksha
বৰমাত জিলা প্ৰশাসনৰ উদ্যোগত বিজুলী মহোৎসৱ
author img

By

Published : Jul 27, 2022, 10:04 AM IST

বাক্সা, 27 জুলাই: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে (75th Independence Day) পালন কৰা আজাদি কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav)লগত সংগতি ৰাখি ভাৰতৰ শক্তি মন্ত্ৰালয়, জিলা প্ৰশাসন আৰু অসম শক্তি বিতৰণ নিগম লিমিটেডৰ উদ্যোগত মঙলবাৰে বাক্সাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত 'বিজুলী মহোৎসৱ'ৰ আয়োজন কৰা হয় (Union Ministry of Power organises Bijli Mahotsav) ৷

বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটো উন্মোচন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসে ৷ অনুষ্ঠানৰ সভাখন মুকলি কৰে জিলা উপায়ুক্ত মাচন্দা পাৰ্টিনে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় অনাৰ লক্ষ্যৰে আয়োজিত এই সভাত দেশৰ শক্তিখণ্ডৰ মূল সাফল্যসমূহৰ ওপৰত আলোকপাত কৰা হয় ।

বৰমাত জিলা প্ৰশাসনৰ উদ্যোগত বিজুলী মহোৎসৱ

অনুষ্ঠানত বিদ্যুৎকৰণ আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ প্ৰশংসা পত্ৰ, বিদ্যুৎ উৎপাদন, সংবহন আৰু বিতৰণ, বিদ্যুৎ ৰাহি আদি বিষয়ৰ ওপৰত সজাগতামুলক নাট, ছবি আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ৷

উল্লেখ্য যে, Bright India, Bright Future Energy 2047ৰ অধীনত সমগ্ৰ দেশতে 'বিজুলী মহোৎসৱ' উদযাপন কৰা হৈছে ৷ শক্তি খণ্ডৰ উন্নয়নসমূহ সামগ্ৰিকভাৱে সৰ্বসাধাৰণ লোকৰ মাজলৈ নিয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ উদ্দেশ্যে এই মহোৎসৱ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: Atulananda Goswami Passes Away: বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.