ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 20, 2022, 11:02 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Top 10 at 11 PM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session) ৷ 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশনত ।

Gold Chain Snatching: মহানগৰীত দিন দুপৰতে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে চেইন

মহানগৰীৰ সাতগাঁও অঞ্চলত দিন দুপৰতে সংঘটিত হৈছে চিলনী চোৰৰ ঘটনা (Gold Chain Snatching) ৷ নিজ বাসগৃহৰ সন্মুখৰ পৰা মহিলাক পিষ্টল দেখুৱাই চেইন চুৰি কৰিলে দুই বাইক আৰোহীয়ে ৷

Assam Cabinet Decision : অসমৰ পৰ্যটনক উদ্যোগ হিচাবে স্বীকৃতি কেবিনেটৰ

এতিয়াৰে পৰা পৰ্যটনৰ লগত জড়িত ব্যৱস্থাবোৰক উদ্যোগ হিচাবে গ্ৰহণ কৰা হ'ব (Industry status to Assam tourism)৷ জাগীৰোডৰ 550 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ এখন উপগ্ৰহীয় চহৰ ৷

BTR day celebration: কোকৰাঝাৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (2nd anniversary of BTR celebrated in Kokrajhar) ৷ বৰ্ষপূতি উদযাপনৰ সতে সংগতি ৰাখি মঙলবাৰে পুৱা 5.30 বজাত বাহিৰ কৰা হয় এক শান্তিৰ পদযাত্ৰা (Walk for Peace) ৷ পদযাত্ৰাত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য তথা পাৰিষদে ৷

Jammu Kashmir Encounter: কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত 3 সন্ত্ৰাসবাদী নিহত

জম্মু কাশ্মীৰৰ শ্বপিয়ান জিলাত পুনৰ এনকাউণ্টাৰ ঘটনা ৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হয় (3 Militants Killed in encounter) ৷

Protest in Tinsukia: 11 দফীয়া দাবীলৈ তিনিচুকীয়াত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ বৃহৎ যৌথ মঞ্চই সোমবাৰে তিনিচুকীয়াৰ থাৰ্মেলত ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী(Strike in Tinsukia) । শক্তি খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণকে আদি কৰি ১11 দফীয়া দাবীৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

APSC কেলেংকাৰী তদন্ত কৰা বিপ্লৱ কুমাৰ আয়োগক গুৰুত্বহীন কৰিব বিচৰা হৈছে নিকি ? কাৰণ ৰাজ্য চৰকাৰে ২ এপ্ৰিলত দাখিল কৰা শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কি ব্যৱস্থা ল’লে সেয়া আজিও অন্ধকাৰত ৷ বৰঞ্চ ৰাজ্য চৰকাৰে অভিযুক্ত ২০১৩ চনৰ নিযুক্তক পদোন্নতিহে দিয়া দেখা গ’ল বাস্তৱত ৷

Guwahati dumping ground: বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

কেনে অৱস্থাত আছে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড ? কেনে চলি আছে কাহিলীপাৰা এলেকাৰ পথৰ কাষৰ নিৰ্মিয়মান পদপথ আৰু নলাৰ কাম-কাজসমূহ ? এইসমূহ কামৰ খতিয়ান ল’বলৈ মন্ত্ৰী অশোক সিংহলে মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালক লগত লৈ মহানগৰীৰ কেবাটাও স্থান পৰিদৰ্শন কৰে (Minister Ashok Singhal visit Guwahati dumping ground) ৷

FIFA world cup final: পৰাস্ত হৈও হৃদয় জিনিলে ফ্ৰান্সে

আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলৰ পিছত ফ্ৰান্সৰ কিলিয়ান এমবাপেয়ে শ্ৰেষ্ঠ স্ক’ৰাৰৰ ট্ৰফী ‘‘গোল্ডেন বুট’’ (Kylian Mbappe won golden boot) লাভ কৰাৰ বিপৰীতে লিঅ’নেল মেছিয়ে আৰ্জেণ্টিনাক নেতৃত্ব দি বিশ্বকাপৰ ট্ৰফী লৈ ঘৰলৈ যায় । এই লেখাটোত ফৰাচী পক্ষৰ বাবে পৰৱৰ্তী সময়ত কি হ’ব সেই বিষয়ে অনুসৰণ কৰা হৈছে ।

FIFA World Cup 2022 : দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ মেছি

কাটাৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰিলে মেছিয়ে (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল । লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.