ETV Bharat / state

বাক্সাত অজগৰ উদ্ধাৰ - অজগৰ উদ্ধাৰ

প্ৰকৃতি প্ৰেমী সংগঠন মাউজীগেন্দ্ৰীয়ে উদ্ধাৰ কৰা অজগৰডাল বন বিভাগৰ সহযোগত ককোলাবাৰীস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ শোৱালী কেম্পৰ ওচৰত এৰি দিয়া হয় ।

ETV BHARAT
author img

By

Published : Jun 13, 2019, 7:52 AM IST

বাক্সা, 13 জুন: বুধবাৰে বাক্সা জিলাৰ কানাহা গাঁৱত উদ্ধাৰ হয় এডাল অজগৰ ৷ মানাহ অভয়াৰণ্যৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত অৱস্থিত কানাহা গাঁও ৷ গাঁওবাসীয়ে অজগৰডাল প্ৰত্যক্ষ কৰি স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন মাউজীগেন্দ্ৰীৰক খবৰ দিয়ে ৷ বন্যপ্ৰানীৰ বিষয়ে অঞ্চলটোত আগতেও সজাগতা বৃদ্ধিৰ চেষ্টা চলাই অহা সংগঠনটোৱে বন বিভাগৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰি ককোলাবাৰীস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান খনৰ শোৱালী কেম্পত মুকলি কৰি দিয়ে ৷ উদ্ধাৰ হোৱা অজগৰডালৰ ওজন আছিল প্ৰায় আঢ়ৈ কিলো ৷

বাক্সা উদ্ধাৰ এডাল আড়ৈ কিলো ওজনৰ অজগৰ

Intro:বাক্সাৰ প্ৰকৃতি প্ৰেমী সংগঠন মাউজীগেন্দ্ৰীৰ সহযোগত অজগৰ উদ্ধাৰ।

Body:বাক্সা জিলাৰ কানাহা গাওঁত এডাল উদ্ধাৰ । উল্লেখ্য যে উক্ত গাওঁখন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ১৫ কিলোমিটাৰ নিলগত অৱস্থিত । বিভিন্ন সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানস্থীতো প্ৰকৃতি প্ৰেমী সংগঠন মাউজীগেন্দ্ৰীৰ নাম সংস্থাটো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশা পাশে থকা গাওঁ সমূহত সজাগতা সভা অনুস্থিত কৰি আহিছে । সেয়ে বধুবাৰে দিনৰ প্ৰায় ১ বজাত সংস্থাটোক দিয়া খবৰ অনুসৰি কানাহা নামৰ গাওঁত গৈ আড়ৈ কিলো ওজনৰ এডাল অজগৰ উদ্ধাৰ কৰি লৈ আহে ।

Conclusion:পিছত মাউজীগেন্দ্ৰীৰ সংস্থাটোৰ লোক সকলে অজগৰ ডাল ককোলাবাৰীস্থীত মানাহ ৰাষ্ট্ৰীয় উদ্যান খনৰ শোৱালী কেম্পৰ ওচৰত এৰি দিয়ে ।

ভাষ্য : সভাপতি মাউজীগেন্দ্ৰীৰ সংস্থাটোৰ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.