ETV Bharat / state

কনিষ্ঠ অভিযন্তাক নিলম্বনৰ দাবীত ইউ পি পি এলৰ প্ৰতিবাদ

author img

By

Published : Sep 5, 2022, 8:24 PM IST

এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ নতুন নহয় । বিভিন্ন প্ৰান্তত সঘনে সংঘটিত হ'বলৈ ধৰিছে দুৰ্নীতি (Corruption in MGNREGA scheme) । এইবাৰ বাক্সাৰ মুছলপুৰত উত্থাপন হৈছে এনে এক অভিযোগ । সেই অভিযোগৰ ভিত্তিতে UPPL এ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (UPPL Protest in Mushalpur) ।

protest in baksa demanding suspension of junior engineer
কনিষ্ঠ অভিযন্তা বিজয় কৃষ্ণ স্বৰ্গীয়াৰীক নিলম্বনৰ দাবীত প্ৰতিবাদ

বাক্সা,৫ চেপ্তেম্বৰ: ৰাজ্য়ৰ ভিন্ন প্ৰান্তত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে (Corruption in MGNREGA scheme) । এইবাৰ বাক্সা জিলাৰ মুছলপুৰত এমজিএনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে (Allegation against junior engineer in Baksa) । ধনৰ ভাগ বটোৱাৰা কৰাৰ অভিযোগত সোমবাৰে UPPL এ ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী । কণিষ্ঠ অভিযন্তাক নিলম্বনৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ (UPPL Protest in Mushalpur) ।

কনিষ্ঠ অভিযন্তা বিজয় কৃষ্ণ স্বৰ্গীয়াৰীক নিলম্বনৰ দাবীত ইউপিপিএল দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । মুছলপুৰস্থিত বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত মুছলপুৰ ব্লক UPPL ৰ উদ্যোগত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী (UPPL protest against corruption) । এম জি এনৰেগা আঁচনিৰ অধীনত আৱন্টিত কামৰ বিনিময়ত ধনৰ ইউজাৰ কমিটিৰ সভাপতি আৰু সম্পাদকক লগ ধৰি ধনৰ ভাগ বটোৱাৰা কৰা বুলি অভিযোগ উত্থাপন কৰে UPPL ৰ মুছলপুৰ ব্লক সমিতিৰ সভাপতি বাপন বসুমতাৰীয়ে ।

ইয়াৰ পূৰ্বে বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত কনিষ্ঠ অভিযন্তা বিজয় কৃষ্ণ স্বৰ্গীয়াৰীক নিলম্বন কৰক, বিজয় কৃষ্ণ স্বৰ্গীয়াৰী মুৰ্দাবাদ আদি ধ্বনি দি উত্তাল কৰি তোলে । ইয়াৰ পিছতে খণ্ড উন্নয়ণ বিষয়াৰ হাতত বিজয় কৃষ্ণ স্বৰ্গীয়াৰীক নিলম্বনৰ দাবীত প্ৰদান কৰে এখন স্মাৰক পত্ৰ । শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে UPPL য়ে ।

লগতে পঢ়ক: বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে জলা-কলা ভোগ কৰিছে বদৰপুৰৰ ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.