ETV Bharat / state

ৰাজধানী চহৰত বিপদত পৰিল সাংসদ নৱ শৰণীয়া

author img

By

Published : Dec 3, 2019, 11:58 PM IST

দেশৰ ৰাজধানী দিল্লীত অথন্তৰ ঘটিল সাংসদ নৱ শৰণীয়াৰ ৷ ৰাজধানী চহৰখনৰ যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন হ’ল সাংসদগৰাকী ৷

ৰাজধানী চহৰত অথন্তৰ সাংসদ নৱ শৰণীয়াৰ
যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন সাংসদ নৱ শৰণীয়া

দিল্লী, 3 ডিচেম্বৰ: দেশৰ ৰাজধানী দিল্লীত অথন্তৰ ঘটিল সাংসদ নৱ শৰণীয়াৰ ৷ ৰাজধানী চহৰখনৰ যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন হ’ল সাংসদগৰাকী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে এ বি আমছুৰ এটা সঁজাতি দলে সংগঠনটোৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ লগতে ফাঁচি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ উক্ত প্ৰতিবাদস্থলীত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া উপস্থিত হয় ৷ শৰণীয়াক দেখা মাত্ৰেই প্ৰতিবাদকাৰীসকলে ‘হীৰা শৰণীয়া গ’-বেক’ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, সাংসদ শৰণীয়াই বিগত লোকসভা নিৰ্বাচনৰ সময়ত এ বি আমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যত এটাও প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওক:6 দিনীয়া কাৰ্যসূচীৰে "নলবাৰী গ্ৰন্থমেলা"

Intro:দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মীতা দেখিবলৈ গৈ শুনিলে হীৰা শৰণীয়া গো বেক ধ্বনি ।Body:দিল্লী যন্তৰ মন্তৰত সাংসদ নৱ শৰণীয়াৰ অথন্তৰ। এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ সন্মুখীন হ’ল ককৰ্থনাৰ। জানিব পৰা মতে এবিএমছুৰ এটা সজাতি দল দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত সংগঠনটো প্ৰয়াত শ্বহীদ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰাযুক্ত কৰি ফাছি দিয়াৰ দাবীত প্ৰতিবাদ চলি আছিল । তেনে সময়তে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিলহে মাত্ৰ । লগে লগেই প্ৰতিবাদকাৰী সকলে সাংসদ নৱ কুমাৰ শৰণীয়াই দেখা মাত্ৰেই প্ৰতিবাদকাৰীয়ে দিলে হীৰা শৰণীয়া ‘গ’ বেক’ ধ্বনিৰে উত্তাল হৈ পৰিল ।
Conclusion:উল্লেখ্য যে সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত লোক সভা নিৰ্বাচনৰ সময়চোৱাত এবিএমছুৰ প্ৰয়াত শ্বহীদ লাফিকুল ইছলামৰ হত্যাকাৰী কৰাযুক্ত কৰি উচিত শান্তি দিয়া লগতে বিভিন্ন ধৰণৰ প্ৰস্তুতি প্ৰদান কৰিছিল যদিও কাৰ্য্যত এটাও প্ৰস্তুতি পালন নকৰিলে বুলি অভিযোগ উত্থাপন কৰে এবিএমছুৱে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.