ETV Bharat / state

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলাৰাণী ব্ৰহ্ম

বিগত জুন মাহৰ শেষৰ সপ্তাহত ভূটানৰ পৰা বৈ অহা পাগলাদীয়া নদীৰ বাঢ়নী পানীয়ে বৰবিলাগাঁও বুৰাই পেলোৱাৰ উপৰিও অঞ্চলটোত পাগলাদিয়া নদীৰ কোৱাল সোঁতে গৰাখহনীয়াৰ সৃষ্টি কৰি প্ৰায় 15 টা পৰিয়ালক গৃহহীন কৰে ৷

author img

By

Published : Jul 7, 2019, 8:47 PM IST

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলা ৰাণী ব্ৰহ্ম

বাক্সা, 7 জুলাইঃ বাক্সাৰ তামুলপুৰত প্ৰমীলা ৰাণী ব্ৰহ্মই পৰিদৰ্শন কৰিলে বান পীড়িত ৰাইজৰ লগতে গৰাখহনীয়া অঞ্চল ৷ দেওবাৰে তামুলপুৰৰ বৰবিলা গাঁৱৰ বানপীড়িত ৰাইজৰ লগতে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে ব্ৰহ্মই ৷ বিগত জুন মাহৰ শেষৰ সপ্তাহত ভূটানৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বৰবিলাগাঁও বুৰাই পেলোৱাৰ উপৰিও অঞ্চলটোত পাগলাদিয়া নদীৰ কোৱাল সোঁতে গৰাখহনীয়াৰ সৃষ্টি কৰি প্ৰায় 15 টা পৰিয়ালক গৃহহীন কৰে । এই গৃহহীন পৰিয়াল কেইটাই উপায়ন্তৰ হৈ গাঁৱখনৰ মছজিদত আশ্ৰয় লৈ আছে ।

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলাৰাণী ব্ৰহ্ম

আনহাতে, গৃহহীন পৰিয়াল কেইটাক ট্ৰিপাল,চাউল আদি যোগান ধৰে প্ৰমীলাৰাণী ব্ৰহ্মই । লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে দীৰ্ঘম্যাদী আচনি হাতত ল'ব বুলি মন্তব্য কৰে । পৰিদৰ্শনৰ সময় চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপৰিও বি পি এফ দলৰ বহু গৰাকী নেতাই ।

Intro:তামুলপুৰত প্ৰমিলা ৰাণী ব্ৰক্ষৰ বানপিৰীত ৰাইজৰ লগতে গড়া খহনীয়া অঞ্চল পৰিদৰ্শন।Body:তামুলপুৰ,৭/৭/১৯
তামুলপুৰৰ বৰবিলা গাওৰ বানপিৰীত ৰাইজৰ লগতে গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ ই।বিগত জুন মাহৰ শেষৰ সপ্তাহত ভুটানৰ পৰা বৈ অহা পাগলাদীয়া নদীৰ বাঢ়নী পানীয়ে বৰবিলা গাও খন বুৰাই পেলোৱাৰ উপৰিও অঞ্চলটোত পাগলাদীয়া নদীৰ প্ৰবল সোতে গড়া খহনীয়া ৰ সৃষ্টি কৰি প্ৰায় ১৫ টা পৰিয়ালক গৃহহীন কৰিছে।এই গৃহ হীন পৰিয়াল কেইটাই উপায়ন্তৰ হৈ গাওখনৰ মজিদত আশ্ৰয় লৈ আছে।এই গৃহহীন পৰিয়াল কেইটা আৰু অঞ্চলটোৰ গড়াখহনীয়া পৰিদৰ্শন কৰিব আহি মন্ত্ৰী গৰাকীয়ে পৰিয়াল কেইটাক ট্ৰিপাল,চাউল আদি যোগান ধৰে।লগতে গড়াখহনীয়া ৰ স্থায়ী সমাধানৰ বাবে দীৰ্ঘ মেদী আচনি হাতত লব বুলি কয়। পৰিদৰ্শন ৰ সময় চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপৰিও বি পি এফ দলৰ বহু গৰাকী উচ্ছ পৰ্য্যায়ৰ নেতাই।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.