ETV Bharat / state

বৰমাৰ মাধপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

বৰমাৰ মাধপুৰত অঘটন ৷ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ধনজিৎ শৰ্মা নামৰ এল.এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰী ৷ মাধপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰাত গুৰুতভাৱে আহত হয় ধনজিৎ শৰ্মা ৷

মাধপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন
author img

By

Published : May 10, 2019, 9:00 PM IST

Updated : May 10, 2019, 10:12 PM IST

বৰমা, 10 মে' : বৰমাৰ মাধপুৰত অঘটন ৷ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ধনজিৎ শৰ্মা নামৰ এল.এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰী ৷ টিহুলৈ গৈ থকা অৱস্থাতে মাধপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাইকত অহা অচিনাকী দুগৰাকীকৈ দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰাত গুৰুতভাৱে আহত হয় ধনজিৎ শৰ্মা ৷ কেৱল আক্ৰমণ কৰাই নহয় ধনজিতৰ হাতত থকা বেগটো লৈ উধাও হয় দুৰ্বৃত্ত দুজনে ৷ গুৰতৰভাৱে আহত ধনজিতক সংকটজনক অৱস্থাত বৰমা উপস্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নলবাৰীলৈ ৷ ইপিনে এতিয়াও আক্ৰমণকাৰী দুৰ্বৃত্ত দুজনক চিনাক্ত কৰিব পৰা নাই ৷

Intro:বৰমাৰ মাধপুৰত ধনজিৎ শৰ্মা নামৰ এল.এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰীক আক্ৰমণঃBody:বৰমাত দুৰ্বৃত্ত আক্ৰমণত এজন এল. এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰী গুৰুতৰভাৱে আহতঃ
বৰমা, ১০ মে’
আজি বাক্সা জিলাৰ বৰমাৰ মাধপুৰত এল.এন.টি.ফাইনেঞ্চ (টিহু শাখা) ৰ কৰ্মচাৰী এজনক আক্ৰমণ কৰে ৷ জানিব পৰা মতে ধনজিৎ শৰ্মা নামৰ লোক জনে টিহুলৈ গৈ থকা অৱস্থাত বৰমাৰ মাধপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাইকত অহা অচিনাকি দুজন লোকে উপৰিযুপৰি আক্ৰমণ কৰে আৰু হাতত থকা বেগটো লৈ উধাও হয় ৷ এতিয়াও আক্ৰমণকাৰীক চিনাক্ত কৰিব পৰা নাই ৷ ধনজিৎ শৰ্মাক সংকত জনক অৱস্থাত বৰমা উপস্বাস্থ্যকেন্দ্ৰটোত অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰিছে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সঘনাই এনেধৰণৰ কাৰ্য চলি থকাটো নিয়মীয়াত পৰিণত হৈ আহিছে
Last Updated : May 10, 2019, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.