ETV Bharat / state

কৰ'ণাত আক্ৰান্ত দিল্লীত কৰ্মৰত টিহু আৰু তামুলপুৰৰ চিআৰপিএফ জোৱান

author img

By

Published : Apr 30, 2020, 12:43 PM IST

Updated : Apr 30, 2020, 5:30 PM IST

দিল্লীত 31 নং বেটেলিয়নত কৰ্মৰত টিহু আৰু তামুলপুৰৰ চিআৰপিএফ জোৱান কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

one crpf soldier from tihu effected by corona virus in delhi

নলবাৰী, 30 এপ্ৰিলঃ দিল্লীৰ মথুৰাপুৰত কৰ'ণাত আক্ৰান্ত হয় টিহুৰ এগৰাকী চিআৰপিএফ জোৱান । জোৱান গৰাকী 31 নং বেটেলিয়নত কৰ্মৰত বুলি জানিব পৰা গৈছে । জোৱান গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, সম্প্ৰতি তেওঁক দিল্লীৰ মান্দোলীৰ কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছে ।

কৰ'ণাত আক্ৰান্ত দিল্লীত কৰ্মৰত টিহুৰ চিআৰপিএফ জোৱান

জোৱানগৰাকী এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হোৱাৰ পিচতে তেওঁৰ পৰিয়ালৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । 2019 চনৰ ডিচেম্বৰত জোৱান গৰাকী ছুটীত ঘৰলৈ আহিছিল আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীত পুনৰ কৰ্মস্থলীত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, পৰিয়ালৰ লোকে জোৱান গৰাকীৰ চিকিৎসা লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।

বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰৰো এগৰাকী জোৱান আক্ৰান্ত কৰ'ণাত । এইগৰকী জোৱানো চিআৰপিএফৰ 31 নং বেটেলিয়নত কৰ্মৰত । বৰ্তমান দিল্লীৰ সাৰদা মণ্ডলী গেটত ৰখা হৈছে জোৱান জনক ।

তামুলপুৰৰ চিআৰপিএফ জোৱান কৰ'ণাত আক্ৰান্ত

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত দিল্লীত কৰ্মৰত ওদালগুৰিৰ এগৰাকী চিআৰপিএফ জোৱান

Last Updated : Apr 30, 2020, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.