ETV Bharat / state

বৰমাত পৰিপুষ্টি দিৱস পালন - মাতৃ দুগ্ধ আৰু পুষ্টিহীনতা

পৰিপুষ্টি দিৱস পালন বৰমাত ৷ বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু টিহু -বৰমা সংহত শিশু উন্নয়ন প্ৰকল্পৰ যুটীয়া সহযোগত পালন পৰিপুষ্টি দিৱস ৷ মাতৃ দুগ্ধ আৰু পুষ্টিহীনতাৰ ওপৰত সজাগতা ৷

বৰমাত পৰিপুষ্টি দিৱস পালন
author img

By

Published : Sep 3, 2019, 2:51 PM IST

বৰমা, 3 ছেপ্তেন্বৰঃ পৰিপুষ্টি দিৱস পালন বৰমাত ৷

মাতৃ দুগ্ধ আৰু পুষ্টিহীনতাৰ ওপৰত সজাগতা সভা ৷

বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু টিহু -বৰমা সংহত শিশু উন্নয়ন প্ৰকল্পৰ যুটীয়া সহযোগত পালন পৰিপুষ্টি দিৱস ৷

"মাতৃ দুগ্ধ পান", "পুষ্টিকৰ আহাৰ গ্ৰহণ" শ্লোগানেৰে ৰেলী বৰমাত ৷

1 চেপ্তেম্বৰৰ পৰা মাহজোৰা পুষ্টিহীনতা ৰোধ, মাতৃ দুগ্ধ পান, ওপৰত সজাগতা অনাৰ প্ৰয়াস ৷

Intro:মাতৃ দুগ্ধ আৰু পুষ্টিহীনতাৰ ওপৰত সজাগতাBody:বৰমাত পৰিপুষ্টি দিৱস পালনঃ
বৰমা,
বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু টিহু -বৰমা সংহত শিশু উন্নয়ন প্ৰকল্পৰ যুটিয়া সহযোগত বৰমাৰ সোমাজেৰে "মাতৃ দুগ্ধ পান" "পুষ্ঠিকৰ আহাৰ গ্ৰহণ" আদি শ্লোগানেৰে এটা ৰেলী উলিয়ায় ৷ ১ চেপ্তেম্বৰৰ পৰা মাহ জোৰা ৰাইজৰ মাজত পুষ্টিহীনতা ৰোধ, মাতৃ দুগ্ধ পান, আদিৰ ওপৰত সজাগতা আনিবলৈ প্ৰয়াস কৰিব ৷
বাইটঃ গৌতমী দাস (বৰমা চিডিপিঅ) আৰু ৗ
সহায়ীকা কৰ্মী ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷
Conclusion:ৰেলী বৰমাত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.