ETV Bharat / state

বাক্সাৰ ভোলাঝাৰ হাইস্কুলত আৰম্ভ হ’ল NCC ৰ প্ৰশিক্ষণ

author img

By

Published : Jul 25, 2020, 8:21 AM IST

বাক্সাৰ উপৰখুটীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ NCC প্ৰশিক্ষণ কেন্দ্ৰ ৷ 50 ASSAM AIR SQN NCC য়ে প্ৰদান কৰিব প্ৰশিক্ষণ ৷

ncc-training-centre-at-baksha
বাক্সাৰ ভোলাঝাৰ হাইস্কুলত আৰম্ভ হ’ল NCC ৰ প্ৰশিক্ষণ

বাক্সা,25জুলাইঃ বাক্সা জিলাৰ গোৰেশ্বৰ উপৰখুটিৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটা আহিল ভাল খবৰ । জিলা খনৰ ভাৰত-ভূটান সীমান্তৰ উপৰখুটীস্থিত ভোলাঝাৰ হাইস্কুল, উপৰখুটীত 50 ASSAM AIR SQN NCC য়ে শুকুবাৰে আনুষ্ঠানিকভাৱে NCC ৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে ।

উল্লেখযোগ্য যে, ১৯৫৯ চনত গুৱাহাটীত আৰম্ভ হোৱা 50 ASSAM AIR SQN NCC য়ে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত পোন প্ৰথমবাৰৰ বাবে গোৰেশ্বৰৰ ভোলাঝাৰ হাইস্কুলৰ উপৰখুটীত এন চি চি প্ৰশিক্ষণৰ আৰম্ভ কৰে বুলি জানিব পৰা গৈছে। ইপিনে বিদ্যালয়খনত অনুষ্ঠিত এখন সভাত‌ ভোলাঝৰ হাইস্কুলত NCC প্ৰশিক্ষণৰ আৰম্ভ কৰিবলৈ প্ৰধান শিক্ষক দুৰ্গা বজগাঁইৰ হাতত এখন স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। সভাখনত 50 ASSAM AIR SQN NCC ৰ গ্ৰুপৰ কেপ্টেইন ভি গনেশ নাৰায়ণ, ব্ৰিগেডৰ J.C Talukdar আৰু এন চি চিৰ ভলেন্টাৰসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.