ETV Bharat / state

কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী জয়ৰ বাবে বড়ো ভোট নিৰ্ণায়ক নহয় - কোকৰাঝাৰ

এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে এই মন্তব্য কৰে

বাক্সাত উপস্থিত বিধায়ক ইমানুৱেল মুছাহাৰী
author img

By

Published : Mar 26, 2019, 3:01 PM IST

Updated : Mar 26, 2019, 4:08 PM IST

বাক্সা , 26 মাৰ্চঃ৫নং কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী জয়ৰ বাবে বড়ো ভোট নিৰ্ণায়ক নহয় । বাক্সা জিলাত মঙলবাৰে এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

বাক্সাত উপস্থিত বিধায়ক ইমানুৱেল মুছাহাৰী

বাক্সা জিলাৰ ২৬নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিত মঙলবাৰে দৰঙাজুলী ব্লক বি পি এফৰ উদ্যোগত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় । এই সভাখন পৰিচালনা কৰে দৰঙাজুলীৰ পৰিষদীয় সদস্য় বিজিৎ গৌৰা নাৰ্জাৰীয়ে । উক্ত সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয় যে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হবলৈ বড়ো ভোটা নিৰ্ণায়ক নহয় । কাৰণ তেখেতে তামুলপুৰ বিধানসভা সমষ্টিত অন্য জনগোষ্ঠীৰ ভোট বেছিকৈ লাভ কৰিছিল আৰু মাত্ৰ ১২ হাজাৰ বড়ো ভোট লাভ কৰি জয় যুক্ত হৈছিল ৷আজিৰ এই সভাত অবড়ো সংগঠনৰ ১০ গৰাকী লোকে যোগদান কৰে । ইয়োৰোপৰি সভাখনত কাৰ্যবাহী সদস্য় দেবেন বড়ো,পৰিষদীয় সদস্য় বিজিৎ গৌৰা নাৰ্জাৰী , তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী আৰু বাক্সা জিলাৰ এ জে পিৰ সভাপতি দুলাল দাসৰ লগতে স্থানীয় দলীয় কৰ্মীসকল উপস্থিত থাকে ৷

Intro:৫ নং কোকৰাঝাত বিপিএফৰ প্ৰাৰ্থী জয়ৰ বাবে বড়ো ভোট নিৰ্ণায়ক নহয় ।
বিধায়ক ইমানুৱেল মুছাহাৰী ।

Body:বাক্সা জিলাৰ ২৬ নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিত মঙ্গলবাৰে দিনৰ ১১ বজাৰ পৰা দৰঙাজুলী ব্লক বি পি এফৰ উদ্যোগত নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় । আজিৰ সভাখন পৰিচালনা কৰে দৰঙাজুলীৰ এম চি এল বিজিৎ গৌৰা নাৰ্জাৰীয়ে । উক্ত সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয় যে ৫ নং কোকৰাঝাৰ লোক সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হবলৈ বড়ো ভোটা নিৰ্ণায়ক নহয় । কাৰণ মই তামুলপুৰ বিধান সভা সমষ্টিত নিজেই বড়ো ভোট ১২ হাজাৰ মাত্ৰ লাভ কৰিছিলোঁ কিন্তু অন্য জনগোষ্ঠীৰ ভোট বেছি লাভ কৰিছিলো তথাপিও মই জয়ী হৈছিলোঁ বুলি বিধায়ক গৰাকীয়ে কয় ।

Conclusion:উল্লেখ্য যে আজিৰ সভাতে অবড়োৰ সংগঠনৰ পৰা ১০ গৰাকী লোকে যোগদান কৰে ।
উক্ত সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী,ই এম দেবেন বড়ো , এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী , তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী ,বাক্সা জিলা এ জে পিৰ সভাপতি দুলাল দাস লগতে স্থানীয় দলীয় কৰ্মী সকলে উপস্থিত থাকে ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
Last Updated : Mar 26, 2019, 4:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.