ETV Bharat / state

পুনৰ অশান্ত বড়োভূমিঃ BTR চুক্তি নামানে অবড়োৱে - হিমন্ত বিশ্ব শৰ্মা

বাক্সাৰ শালবাৰীত অবড়ো সুৰক্ষা সমিতিৰ আৰু সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ প্ৰতিবাদ ৷ অবড়ো লোকৰ গাঁৱক বিটিআৰৰ পৰা কৰ্তন কৰাৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Massive Protest In Baksa District
পুনৰ অশান্ত বড়োভূমি
author img

By

Published : Sep 27, 2020, 3:25 PM IST

বৰমা, 27 ছেপ্তেম্বৰ : পুনৰ বড়োভূমিত অনাবড়োৰ উত্তাল প্ৰতিবাদ ৷ বাক্সা জিলাৰ শালবাৰীত অবড়ো সুৰক্ষা সমিতি আৰু সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্ল'গানৰে প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, 77 শতাংশ অবড়ো লোকৰ গাঁও সমূহক বিটিআৰৰ পৰা শীঘ্ৰেই কৰ্তন কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ আনহাতে, প্ৰতিবাদস্থলীৰ পৰাই বিটিআৰ চুক্তিৰো বিৰোধিতা সংগঠনটোৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ, সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ জিন্দাবাদ, জিএচপি জিন্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ ৷

পুনৰ অশান্ত বড়োভূমি

লগতে পঢ়ক : জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.