ETV Bharat / state

কুমাৰীকাটাৰ দোহা আঙাৰকাটাত উদ্ধাৰ কেঁকো সাপ

author img

By

Published : Jun 2, 2020, 4:58 PM IST

বাক্সাৰ কুমাৰীকাটাৰ দোহা আঙাৰকাটাত উদ্ধাৰ কেঁকো সাপ ৷ উদ্ধাৰ কৰা কেঁকো সাপ তিনিডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াগৰাকীয়ে ৷

gecko snake recover
gecko snake recover

বাক্সা, 2 জুন: মঙলবাৰে বাক্সাৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ দোহা আঙাৰকাটাত উদ্ধাৰ হয় তিনিটাকৈ কেঁকো সাপ ৷ গাঁওখনৰ গাঁওবুঢ়া মনু বড়োৰ ঘৰৰ চৌহদত থকা এডাল আহত গছৰ ডালত উদ্ধাৰ হৈছে দুষ্পাপ্য কেঁকো সাপ তিনিটা ।

কুমাৰীকাটাৰ দোহা আঙাৰকাটাত উদ্ধাৰ কেঁকো সাপ

জানিব পৰা মতে, গছৰ ডালত কেঁকো সাপ থকাৰ উমান পাই স্থানীয় লোকে কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বন বিষয়া প্ৰণৱ কুমাৰ দাসক অৱগত কৰে ৷ খবৰৰ ভিত্তিত দৰঙাস্থিত 64 নং এছএছবিৰ জোৱানৰ সহযোগত কেঁকো সাপ তিনিটা উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে বন বিভাগৰ দলটোৱে।

gecko snake recover
কুমাৰীকাটাত উদ্ধাৰ কেকো সাপ

উদ্ধাৰ কৰা কেঁকো সাপ তিনিটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে বনাঞ্চলিক খনৰ বন বিষয়াগৰাকীয়ে ৷

লগতে চাওকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.