ETV Bharat / state

বাক্সাত ফুটবল প্ৰতিযোগিতা: চেম্পিয়ন ভোগপুৰ প্ৰাইমাৰী বি পি এফ

author img

By

Published : Oct 26, 2019, 8:57 PM IST

বাক্সাৰ বৰিমাখাত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷ ট্ৰাইবেকাৰত চেম্পিয়ন ভোগপুৰ প্ৰাইমাৰী বি পি এফ ৷

বাক্সাত ফুটবল প্ৰতিযোগিতা: চেম্পিয়ন ভোগপুৰ প্ৰাইমাৰী বি পি এফ

বাক্সা, 26 অক্টোবৰ: শনিবাৰে বাক্সা জিলাৰ বৰিমাখাত মুছলপুৰ ব্লক বি পি এফৰ অন্তৰ্গত প্ৰাইমাৰী সমিতিৰ মাজত অনুষ্ঠিত হয় প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচ ৷ চূড়ান্ত মেচখনত ভোগপুৰ প্ৰাইমাৰী সমিতিয়ে খাৰুৱাজান প্ৰাইমাৰী কমিতিক ট্ৰাইবেকাৰত 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

চেম্পিয়ন ভোগপুৰ প্ৰাইমাৰী বি পি এফ

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নিৰ্ধাৰিত সময় লৈকে দুয়োটা দলৰ মাজত 1-1 গ’লত ড্ৰ‘ হোৱাত চূড়ান্ত বিজয়ী নিশ্চিত কৰিবলৈ ট্ৰাইবেকাৰৰ সহায় ল’বলগীয়া হয় ৷ পিচত ট্ৰাইবেকাৰত ভোগপুৰ প্ৰাইমাৰী কমিতিয়ে বিজয়ী হৈ ট্ৰফী সহ 70,000 টকা লাভ কৰে ৷ বুদ্ধ বসুমতাৰীয়ে পৰিচালনা কৰা ফাইনেল খেলখনত বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ লগতে উপস্থিত থাকে বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বড়ো,বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ৰমেশ চন্দ্ৰ দাস ৷

Intro:বাক্সাৰ বৰিমাখাত প্ৰাইজমানি ফুটবলত ভোগপুৰ প্ৰাইমাৰী বিপিএফ বিজয়ীBody:বাক্সাৰ বৰিমাখাত প্ৰাইজমানি ফুটবলত ভোগপুৰ প্ৰাইমাৰী বিপিএফ বিজয়ী

বৰমা, ২৬ অক্টোবৰঃ
বাক্সা জিলাৰ বৰিমাখাত মুছলপুৰ ব্লক বিপিএফৰ অন্তৰ্গত প্ৰাইমাৰী কমিতিৰ মাজত অনুষ্ঠিত হোৱা প্ৰাইজমাণী ফুটবলৰ ফাইনেল খেলত আজি ভোগপুৰ প্ৰাইমাৰী কমিতিয়ে খাৰুৱাজান প্ৰাইমাৰী কমিতিক ট্ৰাইবেকাৰত ৬- ৪ গ'লৰ ব্যৱধানত হৰুৱাই চূড়ান্ত খিতাপ দখল কৰে ৷ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ১- ১ গলত ড্ৰ হয় যদিও পিচত ট্ৰাইবেকাৰৰ সহায় লবলগীয়া হয় ৷ ট্ৰাইবেকাৰত ভোগপুৰ প্ৰাইমাৰী কমিতিয়ে খাৰুৱাজান প্ৰাইমাৰী কমিতিক হৰুৱায় বিজয়ী হয় ৷ বিজয়ী দলক ট্ৰফীৰে সৈতে ৭০,০০০/ টকা অৰ্পন কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ বুদ্ধ বসুমতাৰীয়ে পৰিচালনা কৰা ফাইনেল খেলখনত বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বড়ো, বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ৰমেশ চন্দ্ৰ দাস উপস্থিত আছিল ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাৰ বৰিমাখাত প্ৰাইজমানি ফুটবলত ভোগপুৰ প্ৰাইমাৰী বিপিএফ বিজয়ী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.