ETV Bharat / state

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Dec 7, 2020, 8:58 AM IST

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ভাগ্য নিৰ্ণয় হ'ব 130 জন প্ৰাৰ্থীৰ ৷

First phase of BTC election today
আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, 7 ডিচেম্বৰ : ওদালগুৰি, বাক্সাৰ 21 টা পৰিষদীয় সমষ্টিত আজি আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটগ্ৰহণৰ অন্ত পৰিব 4.30 বজাত ৷

স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ সমষ্টিত গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক : পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.