ETV Bharat / state

ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা: ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন - Etv bharat special PKG

ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইন তথা লক-ডাউনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৷ ক'ভিড নীতি তথা লক ডাউনৰ বাবে মূলত বেয়াকৈ বিপদত পৰিছে পাচলি বেপাৰি,ৰিক্সা চালক,ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷

etv-bharat-special-pkg-on-covid-effect
ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা
author img

By

Published : Jun 22, 2021, 7:33 PM IST

বাক্সা,22 জুন: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ক'ভিডৰ সংহাৰ ৷ ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইন তথা লক-ডাউনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৷ লক-ডাউনৰ বাবে বহু লোকে জীৱিকাৰ পথ হেৰুওৱাৰ লগতে ব্যৱসায় বাণিজ্য তথা উপাৰ্জনৰ একমাত্ৰ পথটো বন্ধ হৈ পৰাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বহু লোকে ৷

ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা

ক'ভিড নীতি তথা লক ডাউনৰ বাবে মূলত বেয়াকৈ বিপদত পৰিছে পাচলি বেপাৰি, ৰিক্সা চালক, ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ লগতে পথৰ কাষত খুজিমাগি পৰিয়াল পোহপাল দি অহা শাৰীৰিক ভাৱে অক্ষম লোক সকল ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

লগতে পঢ়কঃ 4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.