ETV Bharat / state

বাক্সাৰ ভাৰত ভূটান সীমান্তত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ - বনৰীয়া হাতীৰ তাণ্ডৱ

মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰত মধ্যাহ্ন ভোজনৰ চাউলেৰে ভৰ্তি হৈ আছিল আৰু উক্ত ঘৰটোত থকা চাউলৰ লগতে আন সামগ্ৰী সমূহো ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে

বাক্সাৰ ভাৰত ভূটান সীমান্তত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ
author img

By

Published : Jun 1, 2019, 12:53 PM IST

বাক্সা,1 জুনঃ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ মৰিয়ামপুৰত শুকুৰবাৰে নিশা বন্যহস্তীৰ তাণ্ডৱ ৷ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰ। জানিব পৰা মতে,ৰান্ধনী ঘৰটোত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউলেৰে ভৰ্তি হৈ আছিল আৰু উক্ত ঘৰটোত থকা চাউলৰ লগতে আন সামগ্ৰী সমূহো ভাঙি লণ্ড ভণ্ড কৰে বন্যহস্তীয়ে ৷

বাক্সাৰ ভাৰত ভূটান সীমান্তত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

আনহাতে,বিদ্যালয় খনত ৬১ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষক থকাত পাঠদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বুলি জনাই প্ৰধান শিক্ষকগৰাকীয়ে ৷

আৰু পঢ়কঃ অকালতে মৰহি যাব নেকি এটা উজ্বল প্ৰতিভা

Intro:বাক্সাৰ ভাৰত ভূটান সীমান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰপ

Body:বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ মৰিয়ামপুৰত যোৱা নিশা ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰ ভাঙি লণ্ড ভণ্ড কৰে । জানিব পৰা মতে ৰান্ধনী ঘৰটোত বিদ্যালয়খনৰ মধ্যহ্ন ভোজনৰ চাইল ৰাখি থোৱা আছিল আৰু উক্ত ঘৰটো ভাঙি চাউল সমূহ খাই যোৱা বুলি কয় প্ৰধান শিক্ষক গৰাকীয়ে ।

Conclusion:আনহাতে দুখৰ বিষয় যে বিদ্যালয় খনত ৬১ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনে মাত্ৰ শিক্ষকৰে চলি আছে এই বিদ্যালয় খন।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.