ETV Bharat / state

মুছলপুৰত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা - পৰ্যালোচনা সভা

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন । বাক্সাত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ সেই উপলক্ষে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

elcetion-meeting-at-baksa
মুছলপুৰত অনুষ্ঠিত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
author img

By

Published : Mar 22, 2021, 2:15 PM IST

বাক্সা,22মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বাক্সাত নিৰ্বাচন ৷ সেই উপলক্ষে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

মুছলপুৰত অনুষ্ঠিত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা

জিলা খনৰ তিনিওটা সমষ্টিত কিদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি তাৰ ওপৰত সভাত আলোচনা কৰা হয় ৷ আনহাতে, সভাত উপস্থিত থাকে ৩ গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক, এগৰাকী আৰক্ষী পৰ্যবেক্ষকসহ এগৰাকী ব্যয় পৰ্যবেক্ষক ৷

লগতে পঢ়কঃ কৰিমগঞ্জত নিৰ্বাচনী হিংসা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.