ETV Bharat / state

ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন সদৌ অসম বঙালী পৰিষদৰ - চিৰাং

বিটিচিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন সদৌ অসম বঙালী পৰিষদৰ ৷ বিটিচিৰ বঙালী সকলৰ সকলো সমস্যা সমাধানৰ উদ্দেশ্যে ইউ পি পি এলক সমৰ্থন জনাই সংগঠনটোৱে ।

ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন সদৌ অসম বঙালী পৰিষদৰ
author img

By

Published : Apr 18, 2019, 10:38 PM IST

চিৰাং, 18 এপ্ৰিলঃ ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থনৰ কথা ঘোষণা সদৌ অসম বঙালী পৰিষদৰ ৷ সদৌ অসম বঙালী পৰিষদৰ সভাপতি উত্তম কুমাৰ তৰফদাৰে সংবাদ মাধ্যমৰ আগত ইউ পি পি এল দলক মুকলি সমৰ্থন জনোৱাৰ কথা জনায় । ইউ পি পি এল তথা এ আই ইউ ডি এফ সমৰ্থিত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মক চিৰাং জিলা,বাক্সা জিলা, সৰভোগ বিধান সভা সমষ্টিৰ পৰা মুকলি সমৰ্থনৰ কথা জনায়।

ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন সদৌ অসম বঙালী পৰিষদৰ

বিটিচিৰ বঙালী সকলৰ বিভিন্ন ৰাষ্ট্ৰীয় তথা ৰাজনৈতিক সমস্যা পৰ্যালোচনা কৰি উক্ত সমস্যা সমূহ সমাধানৰ অৰ্থে বিটিচিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থতেই ইউ পি পি এল দলক সমৰ্থনৰ কথা উল্লেখ কৰে সংগঠনটোৱে ৷

Slug : A_Chirang_18th Apr_807_ Chirang open support to UPPL_vis & byte_Abdul Maleque Ahmed. 

Send by mail. 

ইউ পি পি এলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন সদৌ অসম বঙালি পৰিষদৰ । 

আজি চিৰাং জিলা সমিতি সদৌ অসম বঙালি পৰিষদৰ চিৰাং জিলা সভাপতি উত্তম কুমাৰ তৰফদাৰে সংবাদ মাধ্যমক জনায় ইউ পি পি এল দলক মুকলি সমৰ্থন জনোৱাৰ কথা । চিৰাং জিলা,বাক্সা জিলা,সৰভোগ বিধান সভা সমষ্টিৰ পৰা সদৌ বঙালি পৰিষদে ইউ পি পি এল তথা এ আই ইউ ডি এফ সমৰ্থিত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মক মুকলি সমৰ্থন জনায় । তৰফদাৰে আৰু উল্লেখ কৰে যে বিটিচিৰ বঙালি সকলোৰ বিভিন্ন ৰাষ্ট্ৰীয় তথা ৰাজনৈতিক সমস্যা পৰ্যালোচনা কৰি উক্ত সমস্যা সমুহৰ পৰা পৰিত্ৰান বিচাৰি আৰু বিটিচিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত ইউ পি পি এলক মুকলি সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰে ।

বাইট : উত্তম কুমাৰ তৰফদাৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.