ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 3, 2020, 10:24 PM IST

বাক্সা জিলাৰ মহৰিপাৰাৰ গান্ধীচকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গোৰেশ্বৰৰ মহৰিপাৰাৰ গান্ধীচকত 29 নং শুক্লাই শেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

chief-minister-sarbananda-sonowal-present-in-the-baksa
নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বাক্সা, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে বাক্সা জিলাৰ মহৰিপাৰাৰ গান্ধীচকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গোৰেশ্বৰৰ মহৰিপাৰাৰ গান্ধীচকত 29 নং শুক্লাই শেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে গান্ধীচকত উপস্থিত হলগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, অসমৰ বুকুত বিটিআৰ অঞ্চলত যিমান সৱল সম্ভাৱনাপূৰ্ণ কৰাৰ শক্তি আছে সেয়া আগন্তুক দিনত নিষ্ঠাৰে গ্ৰহণ কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব ৷

ইফালে, আগন্তক নিৰ্বাচনৰ পিছত বিটিআৰত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৷ উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ভৱেশ কলিতা, ইমানুৱেল মুছাহাৰী, জয়ন্ত মল্ল বৰুৱা লগতে কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : অচিন ৰোগৰ আতংক : জোনাইত ৮জন আক্ৰান্ত, ২জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.