ETV Bharat / state

বাক্সাত নিৰ্বাচনক কেন্দ্ৰ কৰি স্পষ্ট বিপিএফ দলৰ মাজৰ সংঘাত

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে বিপিএফ দলৰ সংঘাতে ক্ৰমে স্পষ্ট ৰূপত ধৰা দিয়া দেখা গৈছে ৷ ফলত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে মুনসিং ব্ৰহ্মই ৷

author img

By

Published : Mar 15, 2020, 11:49 PM IST

BTC Election 2020 conflict between BPF workers baksa asdsam etv bharat news
বিটিচি নিৰ্বাচন 2020

বাক্সা,15 মাৰ্চঃ নিৰ্বাচনক কেন্দ্ৰ কৰি বিপিএফ দলত বিদ্ৰোহৰ উকমুকনি ঘটা পৰিলক্ষিত হৈছে ৷ বাক্সাৰ ২৩নং দিহিৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক দলীয় সংঘাট সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিপিএফৰ প্ৰাক্তন এমচিএলএ মুনসিং ব্ৰহ্ম বঞ্চিত হৈছে দলীয় টিকট লাভৰ পৰা ৷ সেয়ে ক্ষুব্ধ বিপিএফৰ কৰ্মীসকলে নিৰ্দলীয় হিচাপে দিহিৰা সমষ্টিৰ পৰা মুনসিং ব্ৰহ্মক নিৰ্বাচনী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সমষ্টিটোৰ মুঠ ১৫খন প্ৰাথমিকৰ ১৫খনে দলত্যাগ নকৰাকৈ নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰিব মুনসিং ব্ৰহ্মক ৷

বিপিএফ দলৰ মাজৰ সংঘাত

লগতে চাওকঃছালাকাটিত বিপিএফৰ হৈ নিৰ্বাচনত অংশ লব দেৰহাছাৎ বসুমতাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.