ETV Bharat / state

বাক্সাৰ তামুলপুৰত বিপিএফৰ কৰ্মী সভা

এন ডি এফ বিৰ চুক্তিৰ জৰিয়তে ৯৫ খন নতুন গাঁও অন্তৰ্ভূক্ত হ'ব- হাগ্ৰামা মহিলাৰী ।

author img

By

Published : Nov 3, 2019, 9:07 PM IST

Updated : Nov 3, 2019, 10:55 PM IST

bpf workers meet at tamulpur

তামুলপুৰ, 3 নৱেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মটঙানদীৰ পাৰত দেওবাৰে দিনৰ ২ বজাত বিপিএফৰ এখন কৰ্মী সভা অনুষ্ঠিত হয় । উক্ত কৰ্মী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী ।

সভাত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰথমে ইউ পি পি এল আৰু বিপিএফৰ মিত্ৰতাৰ বাবেই আলোচনাত তিনি মাহ সময় নষ্ট হোৱাৰ কথা সদৰি কৰে । সেই আলোচনাৰ সময়ছোৱাত প্ৰথমটো আলোচনা বহুত সুন্দৰকৈ হোৱা বুলি কয় আৰু ইউ জি ব্ৰহ্মৰ ইউ পি পি এল দলটো বিপিএফৰ লগ হ'লে ৰাজ্য সভাৰ সাংসদ পদ দিয়া হ'ব বুলি কৈছিল যদিও ইউ জি ব্ৰহ্মই ওলোটাকৈ বিপিএফ দল ভাঙি ইউ পি পি এল দল কৰিব বিচাৰিছিল বুলি জনায় মহিলাৰীয়ে । যাৰ বাবে বিভিন্ন কাৰণত বিপিএফ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতা নহ'ল বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মটঙানদীৰ পাৰত বিপিএফৰ এখন কৰ্মী সভা অনুষ্ঠিত
আনহাতে মহিলাৰীয়ে জনায় যে অচিৰেই এন ডি এফ বি প্ৰগতিশীল ধীৰেন বড়োৰ গোটৰ সৈতে চুক্তি স্বাক্ষৰ হ'বলৈ গৈ আছে আৰু লগতে ৯৫ খনকৈ নতুন গাঁও বিটিচিত অন্তৰ্ভুক্ত হ'ব । প্ৰসংগ ক্ৰমে মহিলাৰীয়ে পাগলদিয়া নদীৰ ওপৰত দলং আৰু গোৰেশ্বৰত ফ্লাই অভাৰৰ বাবে অনুমোদন দিয়াৰ লগতে তামুলপুৰ এখন নতুন জিলা হ'ব আৰু নাওঁকাটা মহকুমা হ'ব বুলি সভাত উল্লেখ কৰে ।

Intro:বাক্সাৰ তামুলপুৰৰ মটঙাপাৰত বিপিএফৰ কৰ্মী সভা ।
এন ডি এফ বিৰ চুক্তিৰ জৰিয়তে ৯৫ খন নতুন গাও অন্তৰ্ভুক্ত হব - হাগ্ৰামা মহিলাৰী ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মটঙানদীৰ পাৰত দেওবাৰে দিনৰ ২ বজাত বিপিএফৰ এখন কৰ্মী সভা অনুষ্ঠিত হয় । উক্ত কৰ্মী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী,বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী । সভাত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰথমে ইউ পি পি এল আৰু বিপিএফৰ মিত্ৰতাৰ বাবেই আলোচনা তিনি মাহ সময় নষ্ট হোৱাৰ কথা কয় । সেই আলোচনাৰ সময়ছোৱাত প্ৰথমটো আলোচনা বহুত সুন্দৰকৈ হোৱা বুলি কয় আৰু ইউ জি ব্ৰহ্মৰ ইউ পি পি এল দলটো এটাই দলৰ বিপিএফ হলে ৰাজ্য সভাৰ সাংসদ দিয়া হব বুলি কৈছিল যদিও ইউ জি ব্ৰহ্মই ওলোটাকৈ বিপিএফ দল ভাঙি ইউ পি পি এল দল কৰিব বিচৰাছিল বুলি কয় মহিলাৰীয়ে । যাৰ বাবে বিভিন্ন কাৰণত বিপিএফ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতা নহল বুলি কয় মহিলাৰীয়ে ।

Conclusion:আনহাতে মহিলাৰীয়ে কয় যে অচিৰেই এন ডি এফ বি প্ৰগতিশীল ধীৰেন বড়োৰ গোটৰ সৈতে চুক্তি স্বাক্ষৰ হবলৈ গৈ আছে আৰু লগতে ৯৫ খনকৈ নতুন গাঁও বিটিচিত অন্তৰ্ভুক্ত হবলৈ গৈ আছে । প্ৰসংগ ক্ৰমে মহিলাৰীয়ে পাগলদিয়া নদীৰ ওপৰত দলং আৰু গোৰেশ্বৰত ফ্লাই অভাৰ বাবে অনুমোদন দিয়াৰ লগতে তামুলপুৰ এখন নতুন জিলা হব আৰু নাওঁকাটা মহকুমা হব বুলি কয় ।

ভাষ্য : বিশ্বজিৎ দৈমাৰী ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Nov 3, 2019, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.