ETV Bharat / state

বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ বাইক ৰেলী - বি টি চি

বিটিচিত বলিছে নিৰ্বাচনী বতাহ। নিৰ্বাচনৰ বাবে কুচ-কাৱাজ ৰাজনৈতিক দল সমূহৰ। ২৬নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বি পিএফৰ বাইক ৰেলী।

বি টি চিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত বি পি এফৰ বাইক ৰেলী

author img

By

Published : Oct 1, 2020, 2:20 PM IST

বাক্সা, ১অক্টোবৰ: কৰ'ণাৰ সংকটৰ মাজতে বিটি চিত অব্যাহত আছে নিৰ্বাচনী প্ৰস্তুতি। বিটিচিত ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰা আৰু শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাক্সাৰ তামুলপুৰৰ ২৬ নং দৰংগাজুলি সমষ্টিত বিপিএফে বাইক ৰেলীৰ আয়োজন কৰে। দৰংগাজুলি ব্লকৰ জামুগুৰিত থকা বিপিএফৰ কাৰ্যালয়ৰ পৰা ৰঙিয়া-ভূটান সংযোগী পথেৰে আমবাৰী সৰুভেৰা হৈ বিশাল বাইক ৰেলী উলিয়ায়। বিটিচিত ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰি ২৭ অক্টোবৰৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

বি টি চিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত বি পি এফৰ বাইক ৰেলী
বি টি চিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত বি পি এফৰ বাইক ৰেলী

বাইক ৰেলীৰ শুভাৰম্ভণি কৰে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে। বিটিচিত ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত নকৰিলে বিপিএফ দলে অবিৰত ভাৱে আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়া দলটোৰ জিলা সভাপতি গৰাকীয়ে।

লগতে পঢ়ক: গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.