ETV Bharat / state

বাক্সাত উদ্ধাৰ 15 কিলোগ্ৰাম ওজনৰ বনৰৌ

author img

By

Published : Oct 20, 2019, 4:41 PM IST

বাক্সাৰ কুমাৰীকাটাত প্ৰায় ১৫ কিলো ওজনৰ এটা দুস্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰে এজন যুৱকে ৷ বনৰৌটো কুমাৰীকাটাৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰি লৈ যায় কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ

বাক্সাত উদ্ধাৰ 15 কিলোগ্ৰাম ওজনৰ বনৰৌ

বাক্সা,20অক্টোবৰ : বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধিনস্থ ভাৰত ভূটান সীমান্তৰ বিনোৱাপুৰ তিনিআলিত উদ্ধাৰ হয় এটা বনৰৌ ৷ বনৰৌটো শনিবাৰে নিশা অঞ্চলটোৰে এটা পৰিয়ালৰ পুখুৰীৰ পাৰত প্ৰত্যক্ষ কৰে এজন যুৱকে ৷ প্ৰায় 15 কিলোগ্ৰাম ওজনৰ বনৰৌটো যুৱকজনে প্ৰত্যক্ষ কৰাৰ পাছতেই জালেৰে মেৰিয়াই ধৰি ৰাখে ৷ দেওবাৰে পুৱা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ত বনৰৌটোৰ উদ্ধাৰৰ কথা অৱগত কৰে যুৱকজনে ৷ ইয়াৰ পাছতেই বন বিভাগৰ লোক বিনোৱাপুৰ তিনিআলিত উপস্থিত হয় আৰু বনৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় ৷ ইফালে, বনৰৌটো উদ্ধাৰৰ পাছতেই দুস্প্ৰাপ্য বনৰৌটো চাবলৈ ভীৰ কৰে অগণন লোকে ৷

Intro:বাক্সাৰ কুমাৰীকাটাত প্ৰায় ১৫ কিলো ওজনৰ এটা দুস্পাপ্য বনৰৌ উদ্ধাৰ ।Body:বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধিনস্থ ভাৰত ভূটান সীমান্তৰ বিনোৱাপুৰ তিনি আলিত এটা দুস্পাপ্য বনৰৌ উদ্ধাৰ । জানিব পৰা মতে দুস্পাপ্য বনৰৌটো যোৱা নিশা এগৰাকী লোকৰ পুখুৰীৰ পৰা পাৰত উঠি থকা অৱস্থাত স্থানীয় যুৱক এজনে প্ৰত্যক্ষ কৰে । প্ৰায় ১৫ কিলো ওজনৰ বনৰৌটো যুৱকজনে নিশাটো জালেৰে মেৰিয়াই ধৰি ৰাখে আৰু ৰাতিপুৱা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ত খবৰ দিয়ে । আজি পুৱাৰ ভাগত স্থানীয় লোক সকলে দুস্পাপ্য বনৰৌটো চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।
Conclusion:উল্লেখ্য যে পুৱা ৮:৩০ মান বজাত কুমাৰীকাটাৰ বন বিভাগৰ লোকসকলে বিনোৱাপুৰ তিনি আলিত উপস্থিত হৈ দুস্পাপ্য ৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লয় যায় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.