ETV Bharat / state

বৰমাত বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বনৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Feb 1, 2021, 3:28 PM IST

বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বন নামৰ সংস্থাটোৰ প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰতিভাশালী সকলক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে বিশেষ চেষ্টা অব্যাহত ৰাখিছে সংস্থাটোৱে ৷

bodoland-singer-association-took-unique-step-at-boroma
বৰমাত বডোলেণ্ড চিংগাৰ এচচিয়েচনৰ প্ৰশংসনীয় পদক্ষেপ

বাক্সা, 1 ফেব্ৰুৱাৰী : শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্য দীৰ্ঘদিনৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বন নামৰ সংস্থাটোৱে ৷ ইতিমধ্যে কোকৰাঝাৰ,চিৰাং জিলাত যুৱক যুৱতীক কন্ঠস্বৰ পৰীক্ষা লোৱা হৈছে বুলি জনাইছে সংস্থাটোৱে ৷ সোমবাৰে বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত কন্ঠস্বৰ পৰীক্ষা লোৱা হৈছে বুলি জনাইছে সংস্থাটোৰ সম্পাদক অনিল মুছাহাৰীয়ে ৷

উল্লেখ্য যে,সংস্থাটোৱে সুপ্ত প্ৰতিভা থকা যুৱক যুৱতী সকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ প্ৰয়াস কৰি আহিছে ৷ জিলা খনৰ বিভিন্ন স্থানত ভিন্ন প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃত প্ৰতিভা সমূহক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে বডোলেণ্ড চিংগাৰ এশ্ব’চিয়েশ্বনে ৷

লগতে পঢ়কঃ বাক্সাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.