ETV Bharat / state

২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত বনমা বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ভি.পি.আই দলৰ একমাত্ৰ মহিলা প্ৰাৰ্থী বনমা বসুমতাৰী ৷

author img

By

Published : Dec 4, 2020, 3:50 PM IST

As_baksa_banama-basumatary-election-campaign_img_as10029
২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত বনমা বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

বাক্সা,4 ডিচেম্বৰঃ আগন্তুক 7 ডিচেম্বৰত বড়োভূমিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ দিগ্বজ নেতাসকল ৷ সমান্তৰালকৈ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ভি.পি.আই দলৰ একমাত্ৰ মহিলা প্ৰাৰ্থী বনমা বসুমতাৰী ৷

নিজৰ সতীৰ্থ সকলৰ সৈতে গাঁৱে গাঁৱে প্ৰচাৰ চলাই বনমা বসুমতাৰীয়ে কয়, বিগত 17 বছৰে বিপিএফে বড়োভূমিত কোনো ধৰণৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই ৷ এতিয়াও বিটিচিৰ বহু অঞ্চলত পঁকী পথ, পঁকী দলঙৰ অভাৱ ৷ কিন্তু ভোটাৰ্চ পাৰ্টী জয় হ’লে এইকলো সমস্যাৰ সমাধান হ’ব বুলি মন্তব্য কৰে বনমা বসুমতাৰীয়ে ৷

লগতে পঢ়ক-কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.