ETV Bharat / state

নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী সভা - প্ৰমোদ বড়োৱে

বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিটো অজনজাতি সংৰক্ষিত আসন আৰু ইউ পি পি এল দলৰ পৰা সুশীল দাসক এইবাৰ প্ৰক্ষেপ কৰা হৈছে । বুধবাৰে সুশীল দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকি দলৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে ৷

BAKSHA UPPL MEETING
নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী সভা
author img

By

Published : Sep 2, 2020, 10:59 PM IST

বাক্সা,2 ছেপ্তেম্বৰঃ বিশ্ব ত্ৰাস কৰ’ণা মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন অনিদিষ্ট কাললৈ স্থগিত ৰাখিবলগীয়া হৈছে । তেনে সময়টো বিটিচিৰ বিভিন্ন পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে । বুধবাৰে বাক্সা জিলাৰ বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিটো অজনজাতি সংৰক্ষিত আসন আৰু ইউ পি পি এল দলৰ পৰা সুশীল দাসক এইবাৰ প্ৰক্ষেপ কৰা হৈছে । বুধবাৰে সুশীল দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকি দলৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও বিষ্ফোৰক মন্তব্য কৰি কয় যে, ইউ পি পি এলৰ চৰকাৰে হলে ই-গভৰমেন্টৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে কোনোৱে কোকৰাঝাৰত গৈ তাঁতবাতি কৰিব নালাগে । আনহাতে মঙলবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বিটিআৰ চুক্তি ৰূপায়ন কৰা প্ৰসংগ উত্থাপন কৰাক আদৰণি জনাই ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োয়ে ।

নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী সভা
ইপিনে সভাখনত তামূলপুৰৰ ইউ পি পি এলৰ সভাপতি বিপুল বসুমতাৰী সভাপতিত্ব অনুষ্ঠিত সভাখন উপস্থিত থাকে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুশীল দাস, ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ফুনিন্দ্ৰ নাৰ্জাৰী, ইউ পি পি এল দলৰ অন্যতম সম্পাদক মুজিব আলী আহমেদ লগতে দলৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে পাঁচ সহস্ৰাধিক স্থানীয় ৰাইজে উপস্থিত থাকে । আনহাতে উক্ত সভাতে বিজেপি দলৰ শতাধিক লোক আৰু অবড়োৰ ৩৩ গৰাকী লোকে যোগদান কৰে ইউ পি পি এল দলত ।
BAKSHA UPPL MEETING
নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী সভা
লগতে পঢ়কঃআহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.