ETV Bharat / state

বাক্সাৰ কাউলীত 7 টা কেঁকো সাপ উদ্ধাৰ - গোপাল মজুমদাৰ

কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাউলিৰ তৰুণ গাঁৱৰ গোপাল মজুমদাৰ নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ হয় সাতটা কৈ কেঁকো সাপ৷

বাক্সাত ক্ৰমাত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ প্ৰকোপ
author img

By

Published : Sep 5, 2019, 10:45 AM IST

বাক্সা, 5 চেপ্তেম্বৰঃ বাক্সাত ক্ৰমাত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ প্ৰকোপ৷ বুধবাৰে সাতটাকৈ কেকো সাপ উদ্ধাৰৰ পিচতে পোহৰলৈ আহে চোৰাং চিকাৰীৰ কথা ৷ বুধবাৰে বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাউলিৰ তৰুণ গাঁৱৰ গোপাল মজুমদাৰ নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ হয় সাতটা কৈ কেঁকো সাপ৷ গোপন সুত্ৰৰ পম খেদি বন বিভাগ আৰু ২৪ নং এছ এছ বিয়ে যৌথ ভাৱে অভিযান চলোৱা অভিযআনত কাউলিৰ পৰা কেঁকোসাপ কেইটা উদ্ধাৰ কৰে৷ বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে কাউলি তৰুণ গাঁৱৰ পৰিয়ালটোৰ বিচনাৰ তলৰ পৰা কেঁকো সাপ কেইটা উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে

বাক্সাৰ কাউলীত 7 টা কেঁকো সাপ উদ্ধাৰ

অৱশ্যে বন বিভাগ আৰু এছ এছ বিৰ অভিযানৰ উমান পাই চোৰাং চিকাৰী গোপাল মজুমদাৰ পলাই যাবলৈ সক্ষম হয়৷ বৃহস্পতিবাৰে বন বিভাগৰ ফালৰ পৰা অভিযুক্ত গোপাল মজুমদাৰৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সম্প্ৰতি কেঁকো সাপ কেইটা বন বিভাগৰ কাৰ্যালয়তে আছে ৷

Intro:বাক্সাৰ কাউলীৰ তৰুণ গাওঁত সাতটাকৈ কেকো সাপ উদ্ধাৰ ।

Body: বাক্সাত ক্ৰমাত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ দৌৰাত্ম ৷ বুধবাৰে সাতটাকৈ কেকো সাপ উদ্ধাৰৰ পিচতে পোহৰলৈ আহে চোৰাং চিকাৰীৰ দৌৰাত্মৰ কথা ৷ বুধবাৰে বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাউলিৰ তৰুণ গাঁৱৰ গোপাল মজুমদাৰ নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ হয় সাতটা কৈ কেকো সাপ ৷ এক গোপন সুত্ৰৰ পম খেদি বন বিভাগ আৰু ২৪ নং এছ এছ বিয়ে যৌথ ভাৱে অভিযান চলায় কাউলিৰ পৰা কেকোসাপ কেইটা উদ্ধাৰ কৰে ৷ বন বিভাগৰ লোকে জানিব দিয়া মতে কাউলি তৰুণ গাঁৱৰ পৰিয়ালটোৰ বিচনাৰ তলৰ পৰা কেকো সাপ কেইটা উদ্ধাৰ কৰি বন কাৰ্যালয়লৈ আনে ৷Conclusion: অৱশ্যে বন বিভাগ আৰু এছ এছ বিৰ অভিযানৰ উমান পাই চোৰাং চিকাৰী গোপাল মজুমদাৰ পলায় যাবলৈ সক্ষম হয় ৷ আজি বন বিভাগৰ ফালৰ পৰা অভিযুক্ত গোপাল মজুমদাৰৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ কৰা বুলি জানিবলৈ দিয়ে । সম্প্ৰতি কেকো সাপ কেইটা বন বিভাগৰ কাৰ্যালয়তে আছে ৷
বাইট--- বন কৰ্মচাৰী ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.