ETV Bharat / state

ভূইচম্পাদেৱী মন্দিৰত পাচদিনীয়া মহোৎসৱ আৰম্ভ - মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰ

বাক্সা জিলাৰ নিকাচিৰ মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত পাচদিনীয়া মহোৎসৱ আৰম্ভ । পাচদিনীয়া কাৰ্যসূচীৰ এই মহোৎসৱত বিভিন্ন ঠাইৰ পৰা ভক্ৰপ্ৰাণ ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হয় ।

ভূইচম্পাদেৱী মন্দিৰত পাচদিনীয়া মহোৎসৱ আৰম্ভ

author img

By

Published : Feb 12, 2021, 8:09 PM IST

বাক্সা, ১২ ফেব্ৰুৱাৰী:শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰৰ বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ । বাক্সা জিলাৰ নিকাচিস্থিত মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত পাচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ এই দ্বিতীয় বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ।

ভূইচম্পাদেৱী মন্দিৰত পাচদিনীয়া মহোৎসৱ আৰম্ভ

বহু দূৰ-দূৰণিৰ পৰা অলেখ ভক্ত আহে এই মন্দিৰটোলৈ । পাচদিনীয়া কাৰ্যসূচীতো বিভিন্ন ঠাইৰ পৰা ভক্ৰপ্ৰাণ ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰথম দিনৰ কাৰ্যসূচীত মহিলা সমিতিৰ দ্বাৰা নাম প্ৰসংগৰ লগতে ভজন-কীৰ্তন আদি অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে পূজা কমিটিৰ সভাপতি ধন বাহাদুৰ পৰিয়াৰে ।

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমণ ঘটে এই মন্দিৰটোলৈ । এই মন্দিৰত আহি আশীষ ল'লে মনোকামনা পূৰ্ণ হয় বুলি এক জন বিশ্বাস আছে বুলি উল্লেখ কৰিলে আয়োজক কমিটীৰ সভাপতি ধন বাহাদুৰ পৰিয়াৰে ।

লগতে পঢ়ক:নাজিৰাত বান্দৰৰ পোৱালিক দুগ্ধপান কৰাই লালন-পালন কৰিছে এজনী কুকুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.