ETV Bharat / state

বৰমাত ৰাইজলৈ উচৰ্গিত এটা মাছ সংৰক্ষণৰ মিউজিয়াম - গৱেষক ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে অতি উপকাৰী হ'ব এই মিউজিয়ামটো

নিজৰ জন্মদিনটোত অৰ্থাৎ 26 অক্টোবৰত এগৰাকী অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপকে উচৰ্গা কৰে এই মিউজিয়ামটো ৷ বিশেষকৈ গৱেষক ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে অতি উপকাৰী হ'ব এই মিউজিয়ামটো ৷

A Fish musium dedicated to people of Baksha by Ex Professor Dr. Nripendra nath Sarma
বৰমাত ৰাইজলৈ উচৰ্গিত এটি বিভিন্ন প্ৰজাতিৰ মাছ সংৰক্ষণৰ মিউজিয়াম
author img

By

Published : Oct 26, 2020, 4:37 PM IST

বৰমা, 26 অক্টোবৰ: বজালী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক (ভাৰপ্ৰাপ্ত অধ্যক্ষ) ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ ৷ নিজৰ জন্মদিনটোত অৰ্থাৎ 26 অক্টোবৰ,সোমবাৰে প্ৰাক্তন অধ্যাপক গৰাকীয়ে বাক্সা জিলাৰ বৰমাৰ ৰাইজৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উচৰ্গা কৰিলে বিভিন্ন প্ৰজাতিৰ মাছ সংৰক্ষণৰ এটি মিউজিয়াম ৷ বিশেষকৈ গৱেষক ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে অতি উপকাৰী হ'ব এই মিউজিয়ামটো ৷ অধ্যাপক গৰাকীয়ে জনোৱা অনুসৰি সংগ্ৰহালয়টোত বৰ্তমান 25 বিধ বিলুপ্তিপ্ৰায় মাছ সংগ্ৰহ কৰা হৈছে ৷

বৰমাত ৰাইজলৈ উচৰ্গিত এটি বিভিন্ন প্ৰজাতিৰ মাছ সংৰক্ষণৰ মিউজিয়াম

উল্লেখ্য যে,ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাই নিজ বাসভৱনতে সাজি উলিয়াইছে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰজাতিৰ মাছ সংৰক্ষণৰ এই মিউজিয়ামটো ৷ জন্মৰ দিনটোত প্ৰাক্তন অধ্যাপক গৰাকীৰ নিজা বাসভৱনত উপস্থিত হৈ তেখেতক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰে বাক্সা প্ৰেছ ক্লাৱৰ সদস্য সকলে ৷

A Fish musium dedicated to people of Baksha by Ex Professor Dr. Nripendra nath Sarma
ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাক মানপত্ৰ প্ৰদান

অনুষ্ঠানটোত উপস্থিত থাকে সৰুপেটা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ফণীধৰ তালুকদাৰ,বৰমাৰ সমাজকৰ্মী চপন শৰ্মা,বসন্ত শৰ্মা(আৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক),লীকু শৰ্মাৰ লগতে প্ৰেছ ক্লাৱৰ সদস্য সকল ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.