বাক্সা,১মাৰ্চঃ শুকুৰবাৰে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ।
শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত প্ৰমীলাৰাণী ব্ৰহ্ম - আদ্যশ্ৰাদ্ধ
শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতিৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে
শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত প্ৰমীলাৰাণী ব্ৰহ্ম
বাক্সা,১মাৰ্চঃ শুকুৰবাৰে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ।
Intro:শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ্যৰ খবৰ লবলৈ শ্বহীদ গৰাকীৰ বাসগৃহত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ।
Body:আজি আবেলি পাঁচ বজাত অসম চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত হয় ভাৰতৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত ৷ মন্ত্ৰী গৰাকীয়ে ছহিদ গৰাকীৰ পৰিয়ালৰ সতে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তিনি মাৰ্চ ৰবিবাৰে অনুষ্ঠিত হব লগা ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ খা-খবৰ লোৱাৰ উপৰিও যাৱতীয় কাম কাজ সমুহৰ অগ্ৰগতি সম্পৰ্কত বুজ লয় ৷ সংবাদ মাধ্যমক মন্ত্ৰী গৰাকীয়ে কয় যে ছহিদ মনেশ্বৰ বসুমতাৰী আমাৰ দেশ আৰু জাতিৰ গৌৰৱ ৷ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিনা অসমৰ ৰাজ্যপাল , মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী আমোলা , বি টি চিৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকিব বুলি কয় ।
Conclusion:আজি বাক্সা জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে, মহকুমাধিপতি সুজিত বাগলাৰীয়ে শ্ৰাদ্ধথলী পৰিদৰ্শন কৰি স্থানীয় বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো , গাঁওবাসী, আদ্য শ্ৰাদ্ধ পৰিচালনা সমিতি , বি পি এফ দলৰ কৰ্মকৰ্তা সকলৰ সতে আলোচনাত মিলিত হয়
EM দেবেন বড়োৰ ভাষ্য : শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ্যত অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক থাকিব বুলি কয় । আনহাতে আদ্যশ্ৰাদ্ধ্যৰ অতিথি সকলক আদুৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ উঠিছে বুলি জনাই ।
ভাষ্য : ১/আত্মীয় 2/ EM দেবেন বড়ো
মন্ত্ৰী প্ৰমিলা ৰাণীৰ ব্ৰহ্মৰ Byte : mail ত দিয়া হৈছে ।
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।