ETV Bharat / state

দুদিনৰ ভিতৰত চূড়ান্ত হ'ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী - etv bharat assam

তামুলপুৰ জিলা কংগ্ৰেছৰ সংবাদমেল

বাক্সাত তামুলপুৰ জিলা কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Mar 20, 2019, 2:31 AM IST

বাক্সা, 20 মাৰ্চঃ নাগ্ৰীজুলী ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জিত কুমাৰ বিশ্বাস আৰু বৰমা ব্লক কংগ্ৰেছৰ সভাপতি কৈলাশ দাসে বাক্সা জিলা কংগ্ৰেছৰ সভাপতি ধিৰাজ ডেকাৰ সৈতে বিজেপিত যোগদান কৰা বুলি সংবাদ মাধ্যমত যি মিছা অপপ্ৰচাৰ হৈছে সেই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল আয়োজন কৰে বাক্সাৰ তামুলপুৰ জিলা কংগ্ৰেছে ৷ সংবাদমেলযোগে বাক্সা জিলা কংগ্ৰেছৰ সভাপতি গৌৰি শংকৰ শৰণীয়াই সদ্য অপসাৰীত ধিৰাজ ডেকাক এনেকুৱা মিথ্যচাৰৰ পৰা দুৰত থাকিবৰ বাবে সকিয়াই দিয়ে।

বাক্সাত তামুলপুৰ জিলা কংগ্ৰেছৰ সংবাদমেল

লগতে, সংবাদ মেল যোগে সভাপতি গৰাকীয়ে কংগ্ৰেছৰ নিশ্চিত জয়ৰ কথা উল্লেখ কৰাৰ লগতে দুদিন পিচত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী চূড়ান্ত কৰিব বুলি প্ৰকাশ কৰে ।

Baksa tamulpur Loksabha Candidate to be fixed soon

বাক্সাত তামুলপুৰ জিলা কংগ্ৰেছৰ সংবাদমেল

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.