ETV Bharat / sports

ডেফিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক ঘোষণা - ইছলামাবাদ

ইছলামাবাদত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক হিচাপে ঘোষণা কৰিছে AITA য়ে ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে অনুষ্ঠিত হ'ব এই টুৰ্ণামেন্ট ৷

ডেফিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক ঘোষণা
author img

By

Published : Aug 5, 2019, 8:49 PM IST

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : সোমবাৰে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছনে (AITA) ভাৰত - পাকিস্তান ডেভিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক হিচাপে ঘোষণা কৰিছে ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে পাকিস্তানৰ ইছলামাবাদত এই টুৰ্ণামেন্ট অনুষ্ঠিত হ'ব ৷

ETV BHARAT ASSAM
মহেশ ভূপতি

ডেভিছ কাপৰ ভাৰতীয় দলৰ বাবে 6 জনকৈ খেলুৱৈক নিৰ্বাচিত কৰা হৈছে ৷ খেলুৱৈসকল হৈছে - প্ৰজনেশ গুন্নেশ্বৰণ, ৰামকুমাৰ ৰামানাথন, ছাকেথ মাইনেনী, ৰোহন বোপান্না, ডিভিজ ছৰণ আৰু শশী কুমাৰ মুকুন্দ ৷ মুকুন্দক অতিৰিক্ত খেলুৱৈ হিচাপে নিৰ্বাচন কৰা হৈছে ৷ আনহাতে, দলটোৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে জিছান আলিক ৷ দুজনকৈ ফিজিঅ'থেৰাপিষ্ট আৰু সুন্দৰ আয়াৰে দলৰ মেনেজাৰ হিচাপে পাকিস্তান ভ্ৰমণ কৰিব ৷

দলৰ ভ্ৰমণ সন্দৰ্ভত AITA ৰ সাধাৰণ সচিব হিৰণ্ময় চেতাৰ্জীয়ে সংবাদমেলক জানিবলৈ দিয়ে যে, এইয়া দ্বিপাক্ষিক ছিৰিজ নহয়, এইয়া টেনিছৰ বিশ্বকাপ, সেয়েহে দলটোৱে পাকিস্তান ভ্ৰমণ কৰিবই লাগিব ৷ বিশ্বমানৰ ইভেন্ট হোৱাৰ বাবে AITA ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই আৰু আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ চাৰ্টাৰ মানি চলিবলৈ সকলো বাধ্য বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰ লগতে চেতাৰ্জীয়ে জানিবলৈ দিয়ে যে, দলৰ সৈতে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু সকলোৰে বাবে ভিছাৰ আবেদন কৰা হ'ব ৷ পাকিস্তান হকী দলে বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিছে সেয়েহে ভাৰতীয় টেনিছ দলেও ভ্ৰমণ কৰিব লাগিব বুলি জনাই তেওঁ ৷

ETV BHARAT ASSAM
মহেশ ভূপতি

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলে শেষবাৰৰ বাবে 2007 চনত পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাৰ পাছৰ পৰা কোনো দলেই পাকিস্তান ভ্ৰমণ কৰা নাই ৷ ইয়াৰোপৰি, ভাৰতে শেষবাৰৰ বাবে 2006 চনত মুম্বাইত পাকিস্তানৰ বিৰুদ্ধে ডেভিছ কাপত অংশগ্ৰহণ কৰিছিল আৰু আয়োজক ভাৰতে 3 - 2 ৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছিল ৷

MAHESH BHUPATHI NAMED CAPTAIN FOR IND-PAK DAVIS CUP

ডেফিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক ঘোষণা

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : সোমবাৰে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছনে (AITA) ভাৰত - পাকিস্তান ডেভিছ কাপৰ বাবে মহেশ ভূপতিক অধিনায়ক হিচাপে ঘোষণা কৰিছে ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে পাকিস্তানৰ ইছলামাবাদত এই টুৰ্ণামেন্ট অনুষ্ঠিত হ'ব ৷

ডেভিছ কাপৰ ভাৰতীয় দলৰ বাবে 6 জনকৈ খেলুৱৈক নিৰ্বাচিত কৰা হৈছে ৷ খেলুৱৈসকল হৈছে - প্ৰজনেশ গুন্নেশ্বৰণ, ৰামকুমাৰ ৰামানাথন, ছাকেথ মাইনেনী, ৰোহন বোপান্না, ডিভিজ ছৰণ আৰু শশী কুমাৰ মুকুন্দ ৷ মুকুন্দক অতিৰিক্ত খেলুৱৈ হিচাপে নিৰ্বাচন কৰা হৈছে ৷ আনহাতে, দলটোৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে জিছান আলিক ৷

দুজনকৈ ফিজিঅ'থেৰাপিষ্ট আৰু সুন্দৰ আয়াৰে দলৰ মেনেজাৰ হিচাপে পাকিস্তান ভ্ৰমণ কৰিব ৷
দলৰ ভ্ৰমণ সন্দৰ্ভত AITA ৰ সাধাৰণ সচিব হিৰণ্ময় চেতাৰ্জীয়ে সংবাদমেলক জানিবলৈ দিয়ে যে, এইয়া দ্বিপাক্ষিক ছিৰিজ নহয়, এইয়া টেনিছৰ বিশ্বকাপ, সেয়েহে দলটোৱে পাকিস্তান ভ্ৰমণ কৰিবই লাগিব ৷ বিশ্বমানৰ ইভেন্ট হোৱাৰ বাবে AITA ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই আৰু আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ চাৰ্টাৰ মানি চলিবলৈ সকলো বাধ্য বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰ লগতে চেতাৰ্জীয়ে জানিবলৈ দিয়ে যে, দলৰ সৈতে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু সকলোৰে বাবে ভিছাৰ আবেদন কৰা হ'ব ৷ পাকিস্তান হকী দলে বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিছে সেয়েহে ভাৰতীয় টেনিছ দলেও ভ্ৰমণ কৰিব লাগিব বুলি জনাই তেওঁ ৷

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলে শেষবাৰৰ বাবে 2007 চনত পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাৰ পাছৰ পৰা কোনো দলেই পাকিস্তান ভ্ৰমণ কৰা নাই ৷ ইয়াৰোপৰি, ভাৰতে শেষবাৰৰ বাবে 2006 চনত মুম্বাইত পাকিস্তানৰ বিৰুদ্ধে ডেভিছ কাপত অংশগ্ৰহণ কৰিছিল আৰু আয়োজক ভাৰতে 3 - 2 ৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছিল ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.