স্পৰ্টছ ডেস্ক, 27 জুলাইঃ খেলো ইণ্ডিয়া ইয়ুথ গেমছৰ তৃতীয় সংস্কৰণ অসমৰ গুৱাহাটীত অনুষ্ঠিত হ'ব ৷ 2020 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখৰ পৰা 30 জানুৱাৰীলৈ গুৱাহাটীৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে খেলমন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ প্ৰতিযোগিতাখনত 10000 হেজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ভাৰতীয় যুৱ প্ৰতিভাক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ দিয়াৰ বাবে 2018চনৰ 31 জানুৱাৰীৰ পৰা 31 ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত আয়োজন কৰা হৈছিল খেলো ইণ্ডিয়া ইয়ুথ গেমছৰ প্ৰথমটো সংস্কৰণ ৷ চলিত বৰ্ষৰ 9 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণ মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হৈ যায় ৷
-
I am happy to announce that the 3rd edition of the #KheloIndia Youth Games will be held at Guwahati from January 18-30, 2020. The Games will see a participation of more than 10,000 athletes and officials. It will be conducted in partnership with IOA, SGFI & Assam as host State. pic.twitter.com/5SsfuUfYvw
— Kiren Rijiju (@KirenRijiju) July 27, 2019 " class="align-text-top noRightClick twitterSection" data="
">I am happy to announce that the 3rd edition of the #KheloIndia Youth Games will be held at Guwahati from January 18-30, 2020. The Games will see a participation of more than 10,000 athletes and officials. It will be conducted in partnership with IOA, SGFI & Assam as host State. pic.twitter.com/5SsfuUfYvw
— Kiren Rijiju (@KirenRijiju) July 27, 2019I am happy to announce that the 3rd edition of the #KheloIndia Youth Games will be held at Guwahati from January 18-30, 2020. The Games will see a participation of more than 10,000 athletes and officials. It will be conducted in partnership with IOA, SGFI & Assam as host State. pic.twitter.com/5SsfuUfYvw
— Kiren Rijiju (@KirenRijiju) July 27, 2019