ETV Bharat / sports

বিশ্বৰ সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখন - চিবিএল

বিশ্বৰ সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷ কেৰালাৰ আলাপুজা চহৰৰ পুন্নামডা হ্ৰদত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে বিশ্বৰ সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখন ৷

বিশ্বৰ সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখন
author img

By

Published : Sep 1, 2019, 4:36 PM IST

স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰঃ দেশ তথা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখন আৰম্ভ হয় কেৰালাৰ আলাপুজাত ৷ আলাপুজা চহৰৰ পুন্নামডা হ্ৰদত প্ৰতিবছৰেই অনুষ্ঠিত হৈ আহিছে নেহৰু ট্ৰফী নামৰ বিশেষ নাওখেল প্ৰতিযোগিতাখন ৷ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত চলি অহা প্ৰতিযোগিতাখনে এইবেলি 67 বৰ্ষত ভৰি দিছে ৷ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে উদ্বোধন কৰে চলিত বৰ্ষৰ প্ৰতিযোগিতাখন ৷

সৰ্বমুঠ 79খন নাৱে এইবেলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ ভিতৰত পল্লাথুৰুটি ব'ট ক্লাৱৰ নাডুমভাগোম নাওখনে প্ৰথমস্থান অধিকাৰ কৰাৰ লগতে চম্পাকুলাম চুন্দন নাওখনে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে তৃতীয় স্থান দখল কৰে কাৰিচ্ছাল নাওখনে ৷

বিশ্বৰ সৰ্ববৃহৎ নাওখেল প্ৰতিযোগিতাখন

আনহাতে চলিত বৰ্ষৰ পৰা প্ৰতিযোগিতাখনত এক নতুন ৰূপ দিয়া হয় ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ দৰেই এইবেলিৰ পৰা অনুষ্ঠিত কৰা হ'ব প্ৰতিযোগিতাখন ৷ এতিয়াৰে পৰা আইপিএলৰ দৰে চেম্পিয়ন ব'ট লীগ নামে অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন ৷ সেই অনুসৰি, চিবিএল আগষ্ট মাহৰ 31 তাৰিখৰ পৰা নবেম্বৰ মাহৰ 23তাৰিখলৈ অনুষ্ঠিত হ'ব ৷ সৰ্বাধিক 12টাকৈ স্থানত 12খন ৰেচ অনুষ্ঠিত হ'ব য'ত 9খনকৈ স্নেক ব'টৰ লগতে 100ৰো অধিক নাৱৰীয়াই প্ৰথম স্থানৰ বাবে যুঁজ দিব ৷

Intro:Body:

67th Nehrutrophy: Nadubhagam wins

Alappuzha: 67Th  The Nehru Trophy wins by Nadubhagam chundan of pallathuruthi boat club. Nadubhagam comprehensively defeated Chambakkulam boat of UBC boat club.  Nadubhagam  lifts Nehru trophy for the second time in history of  entire boat race. karichal Chundan of police boat club reached at the third position. Snake boat race begins at 11am today morning with the competition of small boats.later, the Heats of the Chundan Boats and the Finals of the Small Boats were also conducted.. It is considered that The Nehru Trophy Boat Race is amongst the premier snake boat races in Kerala. Kerala chief minister Pinarai Vijayan  inagurated the 2019 Nehru trophy boat race in the pressence of cricket legend Sachin.  A total of 79 boats, including 23 snake boats, participated in the Nehru trophy. Each boat carries 90 to 110 rowers which moves like a snake through the channels.  Churulan Vallam, Iruttukuthy Vallam, Odi Vallam, Veppu Vallam, Vadakkanody Vallam and Kochu Vallam(differnt types of boats) were some of the other categories of boats which were competed in the competition.People gather in large numbers to watch nearly 100 ft long boats compete against each other to the tune of old boat songs. Punnamada Lake is finally became human sea of boat race lovers.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.