নিউজ ডেস্ক, 8 এপ্ৰিল: সোমবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে প্ৰ' কাবাডী লীগৰ 441 জন খেলুৱৈৰ নিলামী প্ৰক্ৰিয়া ৷ 7 তম সংস্কৰণৰ ভাৰতীয় কাবাডী লীগটো 19 জুলাইৰ পৰা আৰম্ভ হ'ব ৷ আগন্তুক ছিজনটোৰ বাবে 29 জন খেলুৱৈৰ নিলামী কৰা নহয় যিহেতু তেওঁলোকে যোৱা বছৰৰ দলতে খেলিব৷ নিলামৰ বাবে খেলুৱৈসকলক 5 টা বিভিন্ন ভাগ এ, বি, চি, ডি আৰু এন ৱাই পিত বিভাগ কৰা হৈছে ৷
উল্লেখ্য যে, এন ৱাই পিৰ অধীনত থকা খেলুৱৈসকলৰ দৰ 7.26 লাখৰ পৰা আৰম্ভ হ'ব ৷