ETV Bharat / sports

চেপন ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

author img

By

Published : Dec 15, 2020, 10:50 PM IST

চেপনত মঙলবাৰৰ পৰা আৰম্ভ হ'ল দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । চেপন ক্ৰীড়া সন্থাৰ উদ্যোগত ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰ লৈকে চেপন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰয়াত ৰতন দে সোঁৱৰণী প্ৰাইজমানি এই দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন ।

Day-night Tennis Ball Cricket Competition
দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

মৰাণ, 15 ডিচেম্বৰ : মৰাণৰ চেপনত মঙলবাৰৰ পৰা আৰম্ভ হ'ল দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । চেপন ক্ৰীড়া সন্থাৰ উদ্যোগত ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰ লৈকে চেপন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰয়াত ৰতন দে সোঁৱৰণী প্ৰাইজমানি এই দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন ।

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মহন

এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন । হাতত বেট বল লৈ ক্ৰিকেট প্ৰতিযোগিতাখন উদ্ধোধন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সিংঘু সিমান্তত পুনৰ এজন কৃষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.