ETV Bharat / sports

চাথিয়ানৰ অগ্ৰগতি, শৰথ আৰু মনিকা বাহিৰ

author img

By

Published : Apr 6, 2019, 12:26 PM IST

জাপানৰ য়ক'হামাত অনুষ্ঠিত হোৱা এছিয়া কাপ টেবুল টেনিছৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰৱেশ কৰিছে ভাৰতৰ জি. ছাথিয়ানে ৷ কিন্তু শৰথ আৰু মনিকা বাট্ৰা বাহিৰ হৈছে টুৰ্ণামেন্টৰ পৰা

SATHIYAN GNANASEKARAN

নিউজ ডেস্ক, 6 এপ্ৰিলঃ এছিয়া কাপ টেবুল টেনিছৰ গ্ৰুপ চিত তৃতীয় স্থান দখলেৰে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰৱেশ কৰিছে ভাৰতৰ জি. চাথিয়ানে ৷ শনিবাৰে কাজাখস্তানৰ কিৰিল গেৰাছিমেনকোৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা মেচত জয়ী হ'লে চাথিয়ান প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব ৷

জাপানৰ য়ক'হামা চহৰত চলি থকা প্ৰতিযোগিতাখনত চাথিয়ানে অগ্ৰগতি লাভ কৰিলেও বিদায় মাগিছে শৰথ আৰু মলিকা বাট্ৰাই ৷

photo.jpg
ASIAN CUP TABLE TENNIS: SATHIYAN STAYS BUT SHARATH, MANIKA EXIT

চাথিয়ানৰ অগ্ৰগতি, শৰথ আৰু মনিকা বাহিৰ

নিউজ ডেস্ক, 6 এপ্ৰিল: এছিয়া কাপ টেবুল টেনিছৰ গ্ৰুপ চিত তৃতীয় স্থান দখলেৰে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰৱেশ কৰিছে ভাৰতৰ জি. চাথিয়ানে ৷ শনিবাৰে কাজাখস্তানৰ কিৰিল গেৰাছিমেনকোৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা মেচত জয়ী হ'লে চাথিয়ান প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিব ৷  

জাপানৰ য়ক'হামা চহৰত চলি থকা প্ৰতিযোগিতাখনত চাথিয়ানে অগ্ৰগতি লাভ কৰিলেও বিদায় মাগিছে শৰথ আৰু মলিকা বাট্ৰাই ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.