ETV Bharat / sports

ফিফা বিশ্বকাপ ফাইনেলৰ পূৰ্বে COVID পজিটিভ থমাছ মুলাৰ

author img

By

Published : Feb 12, 2021, 12:35 PM IST

৮ ফেব্ৰুৱাৰীত অল আহলিৰ বিৰুদ্ধে ২-০ ত জয় লাভ কৰাৰ পাচতে বায়াৰ্ন মুনিচে ফাইনেল খেলত প্ৰৱেশ ।

COVID পজিটিভ থমাছ মুলাৰ
COVID পজিটিভ থমাছ মুলাৰ

স্পৰ্টছ ডেস্ক, ১২ ফেব্ৰুৱাৰী: ফিফা ক্লাব বিশ্বকাপ ফাইনেলৰ পূৰ্বে COVID-১৯ পজিটিভ জাৰ্মানৰ ফুটবল খেলুৱৈ থমাছ মুলাৰ । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ফুটবল ক্লাব বায়াৰ্ন মুনিচে ।

শুকুৰবাৰে টিগ্ৰেছৰ বিৰুদ্ধে ফাইনেল খেল অনুষ্ঠিত হ'ব বায়াৰ্ন মুনিচৰ । এই খেলখনৰ পাচতে মুলাৰে কোৱাৰেন্টাইনত থাকিব বুলিও জনায় । বৃহস্পতিবাৰে ফুটবল ক্লাব বায়াৰ্ন মুনিচৰ আটাইকেইজন খেলুৱৈকে COVID-১৯ পৰীক্ষা কৰোৱা হৈছিল ।

উল্লেখ্য যে, ৮ ফেব্ৰুৱাৰীত অল আহলিৰ বিৰুদ্ধে ২-০ ত জয় লাভ কৰাৰ পাচতে বায়াৰ্ন মুনিচে ফাইনেল খেলত প্ৰৱেশ কৰে ।

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে শেষৰ দুখন টেষ্ট শৃংখলাত অংশগ্ৰহণ নকৰে ৰবীন্দ্ৰ জাদেজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.